Class 11 History MCQ Chapter 4 মধ্য ইছলামীক দেশ

Class 11 History MCQ Chapter 4 মধ্য ইছলামীক দেশ Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 4 মধ্য ইছলামীক দেশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Notes and select needs one.

Class 11 History MCQ Chapter 4 মধ্য ইছলামীক দেশ

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 4 মধ্য ইছলামীক দেশ Notes for All Subject, You can practice these here.

Chapter – 4

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ইছলামীয় সভ্যতাৰ চাবেক ভূমি বুলি কোন খিনি সময়ক কোৱা হয়?

(ক) ৮০০ খ্ৰী:ৰ পৰা ১২০০ খ্ৰী:লৈ।

(খ) ৫০০ খ্ৰী:ৰ পৰা ৮০০ খ্ৰী:লৈ।

(গ) ৭০০ খ্ৰী:ৰ পৰা ১৩০০ খ্ৰী:লৈ।

(ঘ) ৬০০ খ্ৰী:ৰ পৰা ৯০০ খ্ৰী:লৈ।

উত্তৰঃ (ক) ৮০০ খ্ৰী:ৰ পৰা ১২০০ খ্ৰী:লৈ।

২। মোগলসকলৰ বাগদাদ দখল কেতিয়া হৈছিল?

(ক) ১২৩৬ খ্ৰী:ত।

(খ) ১৪৬৭ খ্ৰী:ত।

(গ) ১৪৩৫ খ্ৰী:ত।

(ঘ) ১২৫৮ খ্ৰী:ত।

উত্তৰঃ (ঘ) ১২৫৮ খ্ৰী:ত।

৩। বাগদাত ৰাজধানীত পৰিণত হৈছিল-

(ক) ৭৫০-৯৪৫ খ্ৰী:ত।

(খ) ৩৪০-৬৭৯ খ্ৰী:ত।

(গ) ৭৫০-৫৪৯ খ্ৰী:ত।

(ঘ) ৪৬০-৩৭৬ খ্ৰী:ত।

উত্তৰঃ (ক) ৭৫০-৯৪৫ খ্ৰী:ত।

৪। মুছলমান ধৰ্মৰ উত্তম বিধি টাবাৰীৰ আখবৰৰ কিমানটা খণ্ড ইংৰাজীলৈ তৰ্জমা কৰা হৈছিল?

(ক) ৫৬ টা।

(খ) ৩৮ টা।

(গ) ৪৫ টা।

(ঘ) ৩৫ টা।

উত্তৰঃ (খ) ৩৮ টা।

৫। ইছলামৰ সঠিক ইতিহাস লিখা আৰম্ভ হৈছিল-

(ক) ১৮ শতিকাত।

(খ) ১৬ শতিকাত।

(গ) ১৯ শতিকাত।

(ঘ) ১২ শতিকাত।

উত্তৰঃ (গ) ১৯ শতিকাত।

৬। কোন চনত হজৰত মহম্মদে নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰিছিল?

(ক) ৮৫৩ খ্ৰী:ত।

(খ) ৫১৪ খ্ৰী:ত।

(গ) ৬২১ খ্ৰী:ত।

(ঘ) ৬১২ খ্ৰী:ত।

উত্তৰঃ (ঘ) ৬১২ খ্ৰী:ত।

৭। ভগৱানৰ প্ৰধান দেৱদূত আছিল-

(ক) ফিৰদুচী।

(খ) ফাতিমা।

(গ) আৰ্চএঞ্জেল।

(ঘ) খলিফা।

উত্তৰঃ (গ) আৰ্চএঞ্জেল।

৮। মহম্মদৰ মৃত্যু হৈছিল-

(ক) ৫৭৮ খ্ৰীষ্টাদ্বত।

(খ) ৫৫৫ খ্ৰীষ্টাদ্বত।

(গ) ৬৩২ খ্ৰীষ্টাদ্বত।

(ঘ) ৬৩৬ খ্ৰীষ্টাদ্বত।

উত্তৰঃ (গ) ৬৩২ খ্ৰীষ্টাদ্বত।

৯। আৰৱী সকলে তিনিখন যুদ্ধত ইজিপ্ত দখল কৰিছিল-

(ক) ৭৩৬- ৰ পৰা ৪৪৬ খ্ৰী:লৈ।

(খ) ৬৩৭- ৰ পৰা ৬৪২ খ্ৰী:লৈ।

(গ) ৩৪৩- ৰ পৰা ৫৪৩ খ্ৰী:লৈ।

(ঘ) ১০৯৫- ৰ পৰা ৬৬১ খ্ৰী:লৈ।

উত্তৰঃ (খ) ৬৩৭- ৰ পৰা ৬৪২ খ্ৰী:লৈ।

১০। ঘজালীৰ মৃত্যু হৈছিল-

(ক) ১১১১ খ্ৰী:ত।

(খ) ১২২৬ খ্ৰী:ত।

(গ) ১৫২৬ খ্ৰী:ত।

(ঘ) ১৮৩৫ খ্ৰী:ত।

উত্তৰঃ (ক) ১১১১ খ্ৰী:ত।

১১। কোনে আৰু কেতিয়া উমৈইড ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।

(ক) ৫৪৮ খ্ৰী:ত।

(খ) ৬৬১ খ্ৰী:ত।

(গ) ৭৬১ খ্ৰী:ত।

(ঘ) ৬১২ খ্ৰী:ত।

উত্তৰঃ (খ) ৬৬১ খ্ৰী:ত।

১২। কেতিয়া হজৰত মহম্মদে এক ভগৱানৰ উপাসনা কৰা বিধি প্ৰচাৰ কৰে।

(ক) ৬১২-৩২ খ্ৰী:ত।

(খ) ৬১০-৩২ খ্ৰী:ত।

(গ) ৬৫০-৩২ খ্ৰী:ত।

(ঘ) ৫৭০-৩২ খ্ৰী:ত।

উত্তৰঃ (ক) ৬১২-৩২ খ্ৰী:ত।

১৩। নিজাম-উল-মুলকৰ শাসন কাল আছিল-

(ক) ১০৯৫-১২৯১ খ্ৰী:ত।

(খ) ৭৫০-৯৪৫ খ্ৰী:ত।

(গ) ৬১০-৬৩২ খ্ৰী:ত।

(ঘ) ১০৬৩-৯২ খ্ৰী:ত।

উত্তৰঃ (ঘ) ১০৬৩-৯২ খ্ৰী:ত।

১৪। উমৈইডসকলৰ শাসনকাল চলিছিল-

(ক) ৬১২-৩২ খ্ৰী:ত।

(খ) ৬২২-৯২ খ্ৰী:ত।

(গ) ৬৬১-৭৫০ খ্ৰী:ত।

(ঘ) ৬১০-১২ খ্ৰী:ত।

উত্তৰঃ (গ) ৬৬১-৭৫০ খ্ৰী:ত।

১৫। প্ৰথমজন খলিফা কোন আছিল?

(ক) আবুবক্কৰ।

(খ) ফিৰদুচী।

(গ) ফাতিমা।

(ঘ) খলিফা ওমৰ।

উত্তৰঃ (ক) আবুবক্কৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top