Class 11 History MCQ Chapter 8 সংস্কৃতিৰ সংঘাত

Class 11 History MCQ Chapter 8 সংস্কৃতিৰ সংঘাত Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 8 সংস্কৃতিৰ সংঘাত Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Important Notes and select needs one.

Class 11 History MCQ Chapter 8 সংস্কৃতিৰ সংঘাত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 8 সংস্কৃতিৰ সংঘাত Notes for All Subject, You can practice these here.

Chapter – 8

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ক্ৰিষ্টফাৰ কলম্বাচে পশ্চিমলৈ সাগৰীয়া যাত্ৰা আৰম্ভ কৰে-

(ক) ১৪২৮ চনত।

(খ) ১৪২৫ চনত।

(গ) ১৪৯২ চনত।

(ঘ) ১২২৬ চনত।

উত্তৰঃ (গ) ১৪৯২ চনত।

২। ইনকা নগৰ মাছু পিছুক পুনৰ আৱিষ্কাৰ হৈছিল-

(ক) ১৮২৬ চনত।

(খ) ১৫২৮ চনত।

(গ) ১৯২৫ চনত।

(ঘ) ১৯১১ চনত।

উত্তৰঃ (ঘ) ১৯১১ চনত।

৩। পৃথিৱীৰ ভিতৰত বৃহত্তম নদীখনৰ নাম হ’ল-

(ক) ব্ৰাজিলৰ আমাজান।

(খ) নীল নদী।

(গ) নাইজাৰ নদী।

(ঘ) ৰাইন নদী।

উত্তৰঃ (ক) ব্ৰাজিলৰ আমাজান।

৪। ব্ৰাজিলৰ পৰা কেতিয়া দাস প্ৰথাৰ অৱসান ঘটিছিল।

(ক) ১৮৩০ চনৰ।

(খ) ১৮৪৯ চনৰ।

(গ) ১৮৮০ চনৰ।

(ঘ) ১৭৫৯ চনৰ।

উত্তৰঃ (গ) ১৮৮০ চনৰ।

৫। ব্ৰাজিলখন কোনে দখল কৰিছিল?

(ক) তুৰ্কীসকলে।

(খ) পতুৰ্গীজসকলে।

(গ) আহোমসকলে।

(ঘ) মোগলসকলে।

উত্তৰঃ (খ) পতুৰ্গীজসকলে।

৬। কেতিয়া স্পেইনে ফিলিপাইনৰ দ্বীপপুঞ্জ দখল কৰিছিল?

(ক) ১৬৭৮ খ্ৰী:ত।

(খ) ১৫৭১ খ্ৰী:ত।

(গ) ১৫৩২ খ্ৰী:ত।

(ঘ) ১৫৩৮ খ্ৰী:ত।

উত্তৰঃ (খ) ১৫৭১ খ্ৰী:ত।

৭। পিজাৰুসকলে ইনকা সাম্ৰাজ্য দখল কৰিছিল-

(ক) ১৫৩২ খ্ৰী:ত।

(খ) ১৫৩৯ খ্ৰী:ত।

(গ) ১৫৭১ খ্ৰী:ত।

(ঘ) ১৫৬০ খ্ৰী:ত।

উত্তৰঃ (ক) ১৫৩২ খ্ৰী:ত।

৮। ইউৰোপীয়ান সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল-

(ক) ১৫২৩ খ্ৰী:ত।

(খ) ১৩৮০ খ্ৰী:ত।

(গ) ১২২৮ খ্ৰী:ত।

(ঘ) ১৯৬০ খ্ৰী:ত।

উত্তৰঃ (খ) ১৩৮০ খ্ৰী:ত।

৯। ইনকা সাম্ৰাজ্যৰ ৰাজধানী আছিল-

(ক) বিজয়নগৰ।

(খ) কুজকো।

(গ) দক্ষিণ আমেৰিকা।

(ঘ) এছিয়া।

উত্তৰঃ (খ) কুজকো।

১০। আজটেকৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল-

(ক) ১২২৮ খ্ৰী:ত।

(খ) ১৩২৬ খ্ৰী:ত।

(গ) ১৫৫০ খ্ৰী:ত।

(ঘ) ১৫৩২ খ্ৰী:ত।

উত্তৰঃ (খ) ১৩২৬ খ্ৰী:ত।

১১। পতুৰ্গীজসকলে ব্ৰাজিলৰ উপকূল অঞ্চল দখল কৰে-

(ক) ১৫৫০ খ্ৰী:ত।

(খ) ১৫৩৪ খ্ৰী:ত।

(গ) ১৮৮০ খ্ৰী:ত।

(ঘ) ১৩২৬ খ্ৰী:ত।

উত্তৰঃ (খ) ১৫৩৪ খ্ৰী:ত।

১২। আটাহুয়ালপাই ইনকা সাম্ৰাজ্য দখল কৰে-

(ক) ১৫৩৪  খ্ৰী:ত।

(খ) ১৫৩২  খ্ৰী:ত।

(গ) ১২২৮  খ্ৰী:ত।

(ঘ) ১৮৪৫  খ্ৰী:ত।

উত্তৰঃ (খ) ১৫৩২  খ্ৰী:ত।

১৩। স্পেইনে কিউটা আক্ৰমণ কৰিছিল-

(ক) ১৬৭৯ খ্ৰী:ত।

(খ) ১৪১৫ খ্ৰী:ত।

(গ) ১১৩৯ খ্ৰী:ত।

(ঘ) ১৩২৯ খ্ৰী:ত।

উত্তৰঃ (খ) ১৪১৫ খ্ৰী:ত।

১৪। তুৰ্কীসকলে কণষ্টান্টিনোপল দখল কৰিছিল-

(ক) ১৪৫৩ খ্ৰী:ত।

(খ) ১১৫৯ খ্ৰী:ত।

(গ) ১২৭৯ খ্ৰী:ত।

(ঘ) ১৭৮৯ খ্ৰী:ত।

উত্তৰঃ (ক) ১৪৫৩ খ্ৰী:ত।

১৫। টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্ৰকাশ পাইছিল-

(ক) ১৪৭৭ খ্ৰী:ত।

(খ) ১৮৯৯ খ্ৰী:ত।

(গ) ১৫৬৬ খ্ৰী:ত।

(ঘ) ১৬৪৪ খ্ৰী:ত।

উত্তৰঃ (ক) ১৪৭৭ খ্ৰী:ত।

১৬। আমেৰিকাই স্বাধীনতা লাভ কৰিছিল-

(ক) ১৭৬৯ চনত।

(খ) ১৫৩৬ চনত।

(গ) ১৭৭৬ চনত।

(ঘ) ১৪৮৭ চনত।

উত্তৰঃ (গ) ১৭৭৬ চনত।

১৭। দক্ষিণ আমেৰিকাৰ আন এটা নাম হ’ল-

(ক) জাৰ্মান।

(খ) গ্ৰীক।

(গ) লেটিন।

(ঘ) ফৰাচী।

উত্তৰঃ (গ) লেটিন।

১৮। আমেৰিকা আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম হ’ল-

(ক) কলম্বাচ।

(খ) ইলিচ।

(গ) মাৰ্কব্লক।

(ঘ) স্পেইন।

উত্তৰঃ (ক) কলম্বাচ।

১৯। কবলৰ পৰা পৰ্তুগালে স্বাধীনতা লাভ কৰিছিল-

(ক) ১৪১৫ খ্ৰী:ত।

(খ) ১৮৮০ খ্ৰী:ত।

(গ) ১১৩৯ খ্ৰী:ত।

(ঘ) ১৫৩৪ খ্ৰী:ত।

উত্তৰঃ (গ) ১১৩৯ খ্ৰী:ত।

২০। নতুন পৃথিৱীৰ বৰ্তমানৰ নাম হ’ল-

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(খ) উত্তৰ আমেৰিকা।

(গ) দক্ষিণ আমেৰিকা।

(ঘ) মধ্য আমেৰিকা।

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top