Class 11 Business Studies MCQ Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.
Class 11 Business Studies MCQ Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.
এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ
Chapter: 9
দ্বিতীয় খণ্ড: কোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ |
১। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কিহত বিশেষ ভূমিকা পালন কৰে?
(ক) ৰাজনৈতিক স্থিৰতাৰ।
(খ) প্ৰাকৃতিক সম্পদৰ সংৰক্ষণত।
(গ) অর্থনৈতিক আৰু উদ্যোগীক বিকাশত।
(ঘ) শিক্ষাৰ মান উন্নয়নত।
উত্তৰঃ (গ) অর্থনৈতিক আৰু উদ্যোগীক বিকাশত।
২। তলৰ কোনটো MSME উদ্যোগৰ ভাগৰ অন্তৰ্গত?
(ক) সেৱা খণ্ডৰ উদ্যোগ।
(খ) বীমা খণ্ড।
(গ) ৰাজহুৱা খণ্ড।
(ঘ) ৰাজনৈতিক খণ্ড।
উত্তৰঃ (ক) সেৱা খণ্ডৰ উদ্যোগ।
৩। কিমান শতিকাত পোনপ্ৰথমবাৰৰ বাবে উদ্যমিতাক অর্থনৈতিক (Economic) কাম হিচাপে গ্রহণ কৰা হয়?
(ক) ১৪ শতিকাত।
(খ) ১৮ শতিকাত।
(গ) ১২ শতিকাত।
(ঘ) ১৭ শতিকাত।
উত্তৰঃ (খ) ১৮ শতিকাত।
৪। “উদ্যমি” শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) জাৰ্মান।
(খ) ইংৰাজী।
(গ) ফ্ৰেঞ্চ।
(ঘ) লেটিন।
উত্তৰঃ (গ) ফ্ৰেঞ্চ।
৫। উদ্যোগীয়ে যি ঠাইত উদ্যোগিক কাম-কাজ কৰে তাক কি বোলা হয়?
(ক) উদ্যোগ।
(খ) সংস্থা।
(গ) প্ৰতিষ্ঠান।
(ঘ) বিকাশ কেন্দ্ৰ।
উত্তৰঃ (গ) প্ৰতিষ্ঠান।
৬। ক্ষুদ্র উদ্যোগ বর্ধিত প্রশিক্ষণ প্রতিষ্ঠান কিমান চনত স্থাপন কৰা হৈছিল?
(ক) ১৮৫৬ চনত।
(খ) ১৯৯০ চনত।
(গ) ১৭৬৫ চনত।
(ঘ) ১৯৬০ চনত।
উত্তৰঃ (ঘ) ১৯৬০ চনত।
৭। ১৯৬০ চনৰ “Societies Registration” আইনৰ অধীনত ১৯৯৩ চনত অসমৰ কোন চহৰত I.I.E. প্রতিষ্ঠান স্থাপন কৰা হয়?
(ক) ডিব্ৰুগড়।
(খ) তেজপুৰ।
(গ) গুৱাহাটী।
(ঘ) শিলচৰ।
উত্তৰঃ (গ) গুৱাহাটী।
৮। EDII কি ধৰণৰ সংস্থা?
(ক) চৰকাৰী।
(খ) মুনাফা কেন্দ্ৰিক।
(গ) স্বতন্ত্র আৰু মুনাফা বর্জিত।
(ঘ) ব্যাঙ্ক।
উত্তৰঃ (গ) স্বতন্ত্র আৰু মুনাফা বর্জিত।
৯। EDII ক’ত অৱস্থিত?
(ক) মুম্বাই।
(খ) দিল্লী।
(গ) গুৱাহাটী।
(ঘ) গান্ধীনগৰ, গুজৰাট।
উত্তৰঃ (ঘ) গান্ধীনগৰ, গুজৰাট।
১০। EDII কেতিয়া স্থাপন কৰা হয়?
(ক) ১৯৭৮ চনত।
(খ) ১৯৮৩ চনত।
(গ) ১৯৯০ চনত।
(ঘ) ২০০০ চনত।
উত্তৰঃ (খ) ১৯৮৩ চনত।
১১। ৰাষ্ট্ৰীয় উদ্যমিতা আৰু ক্ষুদ্ৰ ব্যৱসায় উন্নয়ন প্রতিষ্ঠানখন কেতিয়া আৰু ক’ত স্থাপন কৰা হয়?
(ক) ১৯৭৫, মুম্বাই।
(খ) ১৯৮৩, নতুন দিল্লী।
(গ) ১৯৯০, কলকাতা।
(ঘ) ২০০০, গুৱাহাটী।
উত্তৰঃ (খ) ১৯৮৩, নতুন দিল্লী।
১২। ই.ডি.আই. (EDI) ভাৰতীয় উদ্যমিতা বিকাশ অনুষ্ঠানে কেইটা যোগ্যতা চিহ্নিত কৰিছে?
(ক) ১৯ টা।
(খ) ১৮ টা।
(গ) ১৩ টা।
(ঘ) ১৫ টা।
উত্তৰঃ (ঘ) ১৫ টা।
১৩। এম এছ এম ই (MSME)-এ সম্মুখীন হোৱা প্ৰধান সমস্যাটো কি?
(ক) প্ৰযুক্তিৰ উন্নতি।
(খ) পৰ্যাপ্ত বিত্তীয় সাহায্যৰ অভাৱ।
(গ) উচ্চ কৰ হাৰ।
(ঘ) অভিজ্ঞ কৰ্মচাৰীৰ অভাৱ।
উত্তৰঃ (খ) পৰ্যাপ্ত বিত্তীয় সাহায্যৰ অভাৱ।
১৪। সাধাৰণতে MSME ব্যৱসায়সমূহ কেনেধৰণৰ মূলধনৰ ভিত্তিত আৰম্ভ হয়?
(ক) বৃহৎ মূলধন।
(খ) বিদেশী পুঁজি।
(গ) সৰু মূলধন।
(ঘ) চৰকাৰী অনুদান।
উত্তৰঃ (গ) সৰু মূলধন।
১৫। ক্ষুদ্ৰ খণ্ডৰ বহু ইউনিটে কিহৰ অভাৱে ঋণ সংগ্ৰহ কৰিব নোৱাৰে?
(ক) পৰ্যাপ্ত কৰ্মচাৰী।
(খ) প্ৰযুক্তিগত সামৰ্থ্য।
(গ) মূলধনী বজাৰত যোগ্যতা।
(ঘ) সুৰক্ষা ব্যৱস্থা।
উত্তৰঃ (গ) মূলধনী বজাৰত যোগ্যতা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.