adplus-dvertising

Class 11 Business Studies MCQ Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ

Class 11 Business Studies MCQ Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 8 ব্যৱসায় বিত্তৰ উৎসসমূহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

দ্বিতীয় খণ্ড: কোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ

১। অংশপত্ৰ বিলিৰ দ্বাৰা সংগৃহীত মূলধনক কি কোৱা হয়?

(ক) ঋণ মূলধন।

(খ) অংশ মূলধন।

(গ) নিজস্ব ধন।

(ঘ) চলিত মূলধন।

উত্তৰঃ (খ) অংশ মূলধন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোম্পানীৰ মূলধনক সৰু সৰু অংশত বিভক্ত কৰাক কি কোৱা হয়?

(ক) লাভ।

(খ) আয়।

(গ) অংশপত্ৰ।

(ঘ) বোনাচ।

উত্তৰঃ (গ) অংশপত্ৰ।

৩। প্ৰতিটো অংশক কি নামেৰে জনা যায়?

(ক) বাস্তৱ মূল্য।

(খ) বিক্ৰী মূল্য।

(গ) মাচুল মূল্য।

(ঘ) নামমাত্র মূল্য।

উত্তৰঃ (ঘ) নামমাত্র মূল্য।

৪। যি ব্যক্তি অংশ ধাৰণ কৰে, তেওঁক কি বোলা হয়?

(ক) কৰ্মচাৰী।

(খ) ঋণদাতা।

(গ) অংশধাৰক।

(ঘ) বণ্টনকাৰী।

উত্তৰঃ (গ) অংশধাৰক।

৫। কোম্পানীয়ে সাধাৰণতে কেই প্ৰকাৰৰ অংশ বিলি কৰে?

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুই।

৬। বাণিজ্যিক পত্রৰ ম্যাদ কিমান দিনৰ পৰা কিমান দিনলৈ বৃদ্ধি কৰা হয়?

(ক) ৩০-৯০ দিনলৈ।

(খ) ৯০-১৮০ দিনলৈ।

(গ) ৯০-২৬৩ দিনলৈ।

(ঘ) ৬০-৩০০ দিনলৈ।

উত্তৰঃ (গ) ৯০-২৬৩ দিনলৈ।

৭। বাণিজ্যিক পত্র সাধাৰণতে কোনবোৰ প্ৰতিষ্ঠানলৈ বিলি কৰা হয়?

(ক) খুচুৰা ব্যৱসায়ীলৈ।

(খ) NGO আৰু সমাজ সেৱালৈ।

(গ) বীমা কোম্পানী, পেঞ্চন নিধি, বেংকলৈ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বীমা কোম্পানী, পেঞ্চন নিধি, বেংকলৈ।

৮। বাণিজ্যিক পত্র কোন আইনৰ অধীনত অনা হয়?

(ক) কোম্পানী আইন।

(খ) আয়কৰ আইন।

(গ) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আইন।

(ঘ) বানিজ্য আইন।

উত্তৰঃ (গ) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আইন।

৯। ৰাজহুৱা জমা বুলিলে কি বুজায়?

(ক) চৰকাৰী নথি।

(খ) জনসাধাৰণৰ পৰা পুঁজি অনুদান।

(গ) জনসাধাৰণৰ পৰা ব্যৱসায় সংগঠনে গ্রহণ কৰা জমা।

(ঘ) বেংকৰ সঞ্চয়।

উত্তৰঃ (গ) জনসাধাৰণৰ পৰা ব্যৱসায় সংগঠনে গ্রহণ কৰা জমা।

১০। ৰাজহুৱা জমাৰ সুদৰ হাৰ সাধাৰণতে কিমান হয়?

(ক) বেংকৰ সুতৰ হাৰৰ সমান।

(খ) বেংকৰ সুতৰ হাৰৰ তলত।

(গ) বেংকৰ সুতৰ হাৰৰ উর্দ্ধত।

(ঘ) নিৰ্দিষ্ট নহয়।

উত্তৰঃ (গ) বেংকৰ সুতৰ হাৰৰ উর্দ্ধত।

১১। ৰাজহুৱা জমাত ধন জমা দিবলৈ জনসাধাৰণে কি কৰিব লাগে?

(ক) ছেক দিব লাগে।

(খ) প্ৰ-পত্ৰ পূৰণ কৰিব লাগে।

(গ) বীমা কৰিব লাগে।

(ঘ) কাৰেন্ট একাউণ্ট খুলিব লাগে।

উত্তৰঃ (খ) প্ৰ-পত্ৰ পূৰণ কৰিব লাগে।

১২। ব্যৱসায়িক ঋণৰ দ্বাৰা কি যোগান ধৰা হয়?

(ক) নগদ ধন।

(খ) শস্য।

(গ) বাকীত পণ্য আৰু সেৱা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বাকীত পণ্য আৰু সেৱা।

১৩। ব্যৱসায়িক ঋণ কোন ধৰণৰ বিত্ত হিচাপে জনা যায়?

(ক) দীৰ্ঘকালীন।

(খ) হ্রস্বকালীন।

(গ) বন্ধকযুক্ত।

(ঘ) উপহাৰমূলক।

উত্তৰঃ (খ) হ্রস্বকালীন।

১৪। ব্যৱসায়িক ঋণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) মাত্ৰ মুনাফাৰ পৰিমাণত।

(খ) চৰকাৰী নীতিৰ ওপৰত।

(গ) ব্যৱসায়িক সুনাম, বিক্ৰেতাৰ অৱস্থা, লেন-দেন।

(ঘ) কাঁচামালৰ মূল্যত।

উত্তৰঃ (গ) ব্যৱসায়িক সুনাম, বিক্ৰেতাৰ অৱস্থা, লেন-দেন।

১৫। কোম্পানীয়ে লাভৰ সকলো অংশ অংশধাৰকক বিতৰণ নকৰি যি অংশ ৰাখি থয় তাক কি বোলে?

(ক) মুনাফা।

(খ) আয়কৰ।

(গ) মূলধন লাভ।

(ঘ) সঞ্চিত লাভ।

উত্তৰঃ (ঘ) সঞ্চিত লাভ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top