⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 11 Business Studies MCQ Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ

Class 11 Business Studies MCQ Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 10 আভ্যন্তৰীণ বেহা-বেপাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

দ্বিতীয় খণ্ড: কোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ

১। ক্রেতা আৰু বিক্রেতাৰ ভৌগলিক অৱস্থানৰ পৰা, বেহা-বেপাৰক কেইটা ভাগত ভাগ কৰিব পাৰি।

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

২। এখন দেশৰ ভৌগলিক পৰিসীমাৰ ভিতৰত হোৱা বেহা-বেপাৰ কি?

(ক) আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ।

(খ) অন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ।

(গ) আভ্যন্তৰীণ বেহা-বেপাৰ।

(ঘ) বৈদেশিক বেহা-বেপাৰ।

উত্তৰঃ (গ) আভ্যন্তৰীণ বেহা-বেপাৰ।

৩। আভ্যন্তৰীণ বেহা-বেপাৰক মুলতঃ কেইটা ভাগত ভাগ কৰা হয়।

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৪। যান্ত্রিক আহিলাৰে সামগ্ৰী বা সেৱা ক্রয়-বিক্রয়ৰ এক অভিনৱ পদ্ধতিটো কি?

(ক) ATM।

(খ) অনলাইন বেংকিং।

(গ) ভেন্দিং মেচিন।

(ঘ) QR কোড।

উত্তৰঃ (গ) ভেন্দিং মেচিন।

৫। বৃহৎ বজাৰ স্থাপন আৰু চলাবলৈ কিহৰ প্ৰয়োজন হয়?

(ক) অধিক সময়।

(খ) বৃহৎ পৰিমাণৰ মূলধন।

(গ) সৰু ঠাই।

(ঘ) লাভজনক পণ্য।

উত্তৰঃ (খ) বৃহৎ পৰিমাণৰ মূলধন।

৬। বৃহৎ বজাৰ কেনেকুৱা ঠাইত স্থাপন কৰাটো সম্ভৱ নহয়?

(ক) ডাঙৰ চহৰ।

(খ) ৰাজধানী।

(গ) সৰু-সৰু ঠাই।

(ঘ) বানিজ্যিক অঞ্চল।

উত্তৰঃ (গ) সৰু-সৰু ঠাই।

৭। তলৰ কোনটো সামগ্ৰী ভেন্দিং মেচিনৰ জৰিয়তে বিক্ৰী কৰা দেখা যায়?

(ক) চাউল।

(খ) গাখীৰ।

(গ) পানী।

(ঘ) জামাকাপোৰ।

উত্তৰঃ (খ) গাখীৰ।

৮। ভেন্দিং মেচিনৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

(ক) কাৰ্ড।

(খ) আঙুলিৰ ছাপ।

(গ) মুদ্ৰা।

(ঘ) OTP।

উত্তৰঃ (গ) মুদ্ৰা।

৯। ATM কেনেধৰণৰ যন্ত্ৰৰ উদাহৰণ?

(ক) ধ্বংসকাৰী যন্ত্ৰ।

(খ) চিকিৎসা যন্ত্ৰ।

(গ) ভেন্দিং মেচিন।

(ঘ) তথ্য সংগ্ৰাহক।

উত্তৰঃ (গ) ভেন্দিং মেচিন।

১০। তলৰ কোনটো ATM ব্যৱহাৰৰ এটা লাভ?

(ক) ৰিজাৰ্ভ বেংকক যায়।

(খ) যিকোনো সময়তে টকা উলিয়াব পৰা যায়।

(গ) কেৱল পুৱাই মাত্ৰ খোলা থাকে।

(ঘ) কেৱল ধন জমা দিয়াৰ বাবে।

উত্তৰঃ (খ) যিকোনো সময়তে টকা উলিয়াব পৰা যায়।

১১। জি.এছ.টি কিহৰ ওপৰত আৰোপ কৰা হয়?

(ক) কেৱল ৰপ্তানিযোগ্য সামগ্ৰীৰ ওপৰত।

(খ) কেৱল আয়ৰ ওপৰত।

(গ) ঘৰুৱাভাৱে ব্যৱহাৰৰ সামগ্ৰী আৰু সেৱাৰ ওপৰত।

(ঘ) ভূমিৰ ওপৰত।

উত্তৰঃ (গ) ঘৰুৱাভাৱে ব্যৱহাৰৰ সামগ্ৰী আৰু সেৱাৰ ওপৰত।

১২। জি.এছ.টি কোন সময়ত গ্ৰাহকে প্রদান কৰে?

(ক) উৎপাদনৰ সময়ত।

(খ) বুজাবুজিৰ সময়ত।

(গ) বিতৰণ সময়ত।

(ঘ) বিক্ৰীৰ স্থানত।

উত্তৰঃ (ঘ) বিক্ৰীৰ স্থানত।

১৩। জি.এছ.টি কোনে ধৰণৰ কৰ ব্যৱস্থা?

(ক) ঐক্যবদ্ধ কৰ ব্যৱস্থা।

(খ) পৃথক পৃথক কৰ ব্যৱস্থা।

(গ) আয়কৰ ব্যৱস্থা।

(ঘ) সম্পত্তি কৰ ব্যৱস্থা।

উত্তৰঃ (ক) ঐক্যবদ্ধ কৰ ব্যৱস্থা

১৪। ভাৰতত জি.এছ.টি কেতিয়া কাৰ্য্যকৰী হয়?

(ক) 2016 চনৰ 15 আগষ্ট।

(খ) 2017 চনৰ 1 জুলাই।

(গ) 2015 চনৰ 1 জানুৱাৰী।

(ঘ) 2018 চনৰ 26 জানুৱাৰী।

উত্তৰঃ (খ) 2017 চনৰ 1 জুলাই।

১৫। সৰ্বপ্ৰথম কোন দেশত জি.এছ.টি ব্যৱস্থা আৰম্ভ কৰা হৈছিল?

(ক) ভাৰত।

(খ) আমেৰিকা।

(গ) ফ্ৰান্স।

(ঘ) চীন।

উত্তৰঃ (গ) ফ্ৰান্স।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top