Class 10 Elective Geography MCQ Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

resppost2025

Class 10 Elective Geography MCQ Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Notes and select need one.

Class 10 Elective Geography MCQ Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Chapter – 2

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

resppost2025

১। জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক কি বোলে—

(ক) পৰিৱেশ।

(খ) বায়ু প্ৰদূষণ।

sqare

(গ) উদ্যোগিক প্ৰদূষণ।

(ঘ) সেউজগৃহ।

উত্তৰঃ (ক) পৰিৱেশ।

২। পৰিৱেশৰ উপাদানসমূহ প্ৰধানকৈ কেইটা মণ্ডলৰ অন্তৰ্গত—

sqare

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

sidebar2026

(ঘ) দুটা।

উত্তৰঃ (খ) চাৰিটা।

2026

৩। পৰিৱেশৰ উপাদানবোৰক প্ৰধানকৈ কেইটা মৌলিক ভাগত ভাগ কৰা হয়—

(ক) পাঁচটা।

(খ) সাতটা।

(গ) দুটা।

(ঘ) তিনিটা।

sidebar2026

উত্তৰঃ (গ) দুটা।

৪। স্থলমণ্ডলে ভূ-পৃষ্ঠত কিমান শতাংশ আগুৰি আছে—

(ক) প্ৰায় ১০ শতাংশ।

(খ) প্ৰায় ১৪ শতাংশ।

(গ) প্ৰায় ২৭ শতাংশ।

(ঘ) প্ৰায় ২৯ শতাংশ।

উত্তৰঃ (ঘ) প্ৰায় ২৯ শতাংশ।

৫। কিমান চনত উদ্গীৰণ হোৱা আগ্নেয়গিৰি হৈছিল—

(ক) ১৮৮৩

(খ) ১৯৮৩

(গ) ১৮৩৯

(ঘ) ১৮৭৯

উত্তৰঃ (ক) ১৮৮৩

৬। বায়ু প্ৰদূষণৰ সৈতে জড়িত এক প্ৰধান সমস্যা হৈছে—

(ক) পানী প্ৰদূষণ।

2026

(খ) হিমবাহ।

(গ) এচিড বৰষুণ।

(ঘ) বালিয়াৰি।

উত্তৰঃ (গ) এচিড বৰষুণ।

৭। যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে তাক কি বোলে—

(ক) পৰিৱেশ।

(খ) অজীৱীয় উপাদান।

(গ) জীৱীয় উপাদান।

(ঘ) পৰিৱেশৰ উপাদান।

উত্তৰঃ (ঘ) পৰিৱেশৰ উপাদান।

৮। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—

(ক) ৭১ শতাংশ।

(খ) ২৯ শতাংশ।

(গ) ৪৫ শতাংশ।

(ঘ) ৭৯ শতাংশ।

উত্তৰঃ (ক) ৭১ শতাংশ।

৯। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে—

(ক) প্ৰায় ২৩০ কিল’মিটাৰ।

(খ) প্ৰায় ৪৮০ কিল’মিটাৰ।

(গ) প্ৰায় ৩৭০ কিল’মিটাৰ।

2026

(ঘ) প্ৰায় ১৫০ কিল’মিটাৰ।

উত্তৰঃ (খ) প্ৰায় ৪৮০ কিল’মিটাৰ।

১০। অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক কি বোলে—

(ক) জীৱমণ্ডল।

(খ) জলমণ্ডল।

(গ) বায়ুমণ্ডল।

(ঘ) স্থলমণ্ডল।

উত্তৰঃ (গ) বায়ুমণ্ডল।

১১। মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি কৰি—

(ক) বালিয়াৰি।

(খ) স্থলমণ্ডল।

(গ) সম্পদ।

(ঘ) পৰিৱেশ।

উত্তৰঃ (ঘ) পৰিৱেশ।

১২। কিমান বছৰৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১০০ কোটিৰ পৰা ৬০০ কোটিলৈ বৃদ্ধি পাইছে—

(ক) দুশ বছৰ।

(খ) তিনিশ বছৰ।

(গ) চাৰিশ বছৰ।

(ঘ) পাঁচশ বছৰ।

উত্তৰঃ (ক) দুশ বছৰ।

2026

১৩। বৰ্তমানে পৃথিৱীৰ জনসংখ্যা কিমান কোটি হৈছেগৈ—

(ক) ৬০০ কোটি।

(খ) ৭০০ কোটি।

(গ) ২০০ কোটি।

(ঘ) ৫০০ কোটি।

উত্তৰঃ (খ) ৭০০ কোটি।

১৪। পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে—

(ক) ভূমিক্ষয়।

(খ) ভূমিস্খলন।

(গ) বননি ধ্বংস।

(ঘ) বায়ু প্ৰদূষণ।

উত্তৰঃ (গ) বননি ধ্বংস।

১৫। বননি ধ্বংস কাৰ্য্যক কি বোলে—

(ক) পাৰিৱেশিক সমস্যা।

(খ) পৰিৱেশৰ ভাৰসাম্য অৱস্থা।

(গ) গোলকীয় উত্তাপ বৃদ্ধি।

(ঘ) নিৰ্বনীকৰণ।

উত্তৰঃ (ঘ) নিৰ্বনীকৰণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top