🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Elective Geography MCQ Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

Class 10 Elective Geography MCQ Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Notes and select need one.

Class 10 Elective Geography MCQ Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

Chapter – 3

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। পৃথিৱীত মহাদেশ কেইখন—

(ক) ছয়খন।

(খ) সাতখন।

(গ) তিনিখন।

(ঘ) চাৰিখন।

উত্তৰঃ (খ) সাতখন।

২। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন—

(ক) এচিয়া।

(খ) আফ্ৰিকা।

(গ) উত্তৰ আমেৰিকা।

(ঘ) দক্ষিণ আমেৰিকা।

উত্তৰঃ (ক) এচিয়া।

৩। এচিয়া মহাদেশখন স্থলভাগৰ প্ৰায় কিমান শতাংশ আৱৰি আছে—

(ক) ২০ শতাংশ।

(খ) ২৫ শতাংশ।

(গ) ৩০ শতাংশ।

(ঘ) ৪০ শতাংশ।

উত্তৰঃ (গ) ৩০ শতাংশ।

৪। উত্তৰ আমেৰিকা মহাদেশখনক কেইটা ভূ-প্ৰকৃতিক ভাগত বিভক্ত কৰা হয়—

(ক) তিনিটা।

(খ) ছয়টা।

(গ) দুটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৫। আফ্ৰিকা মহাদেশখনৰ কিমান শতাংশ লোক কৃষিকৰ্মত নিয়োজিত থাকে—

(ক) প্ৰায় ৭০ শতাংশ।

(খ) প্ৰায় ৬০ শতাংশ।

(গ) প্ৰায় ৫০ শতাংশ।

(ঘ) প্ৰায় ৪০ শতাংশ।

উত্তৰঃ (ক) প্ৰায় ৭০ শতাংশ।

৬। এচিয়া মহাদেশখনৰ মাটিকালি কিমান নিযুত বৰ্গ কিল’মিটাৰ—

(ক) ৩৩.৩ নিযুত বৰ্গ কিল’মিটাৰ।

(খ) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

(গ) ৫৫.৫ নিযুত বৰ্গ কিল’মিটাৰ।

(ঘ) ২২.২ নিযুত বৰ্গ কিল’মিটাৰ।

উত্তৰঃ (খ) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

৭। দক্ষিণ আমেৰিকা মহাদেশখনৰ প্ৰায় কিমান শতাংশ অঞ্চল অৰণ্যই আৱৰি আছে—

(ক) ২০ শতাংশ।

(খ) ৩০ শতাংশ।

(গ) ৪০ শতাংশ।

(ঘ) ৫০ শতাংশ।

উত্তৰঃ (গ) ৪০ শতাংশ।

৮। তলৰ কোনটো এচিয়া মহাদেশৰ পৰ্বতশ্ৰেণী নহয়—

(ক) ইউৰাল পৰ্বতমালা।

(খ) হিমালয় পৰ্বতমালা।

(গ) কাৰাকোৰাম পৰ্বতমালা।

(ঘ) আল্পচ্ পৰ্বতমালা।

উত্তৰঃ (ঘ) আল্পচ্ পৰ্বতমালা।

৯। এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাওৰ নাম কি—

(ক) কায়াক।

(খ) উলিয়াক।

(গ) ওপৰৰ এটাও নহয়।

(ঘ) ক আৰু খ দুয়োটা হয়।

উত্তৰঃ (ঘ) ক আৰু খ দুয়োটা হয়।

১০। ব্ৰাজিলৰ তৃণভূমি অঞ্চলক কি নামেৰে জনা যায়—

(ক) কেম্পোছ।

(খ) লানোচ।

(গ) ওপৰৰ দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কেম্পোছ।

১১। ধৰাপৃষ্ঠত কেইটা ভৌগোলিক অঞ্চল পোৱা যায়—

(ক) ৯ টা।

(খ) ১০ টা।

(গ) ১২ টা।

(ঘ) ১৫ টা।

উত্তৰঃ (গ) ১২ টা।

১২। ভাৰতবৰ্ষ কোনটো অঞ্চলৰ অন্তৰ্গত—

(ক) মৌচুমী অঞ্চলৰ।

(খ) নিৰক্ষীয় অঞ্চল।

(গ) শীতল মেৰু অঞ্চল।

(ঘ) ভূমধ্য সাগৰীয় অঞ্চল।

উত্তৰঃ (ক) মৌচুমী অঞ্চলৰ।

১৩। আধোধ্ৰুৱীয় অঞ্চলৰ আন এটা নাম কি—

(ক) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল।

(খ) সৰলবৰ্গীয় অৰণ্য অঞ্চল।

(গ) মৌচুমী অঞ্চল।

(ঘ) নিৰক্ষীয় অঞ্চল।

উত্তৰঃ (খ) সৰলবৰ্গীয় অৰণ্য অঞ্চল।

১৪। মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন—

(ক) কৃষি।

(খ) পশুপালন।

(গ) ওপৰৰ দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) পশুপালন।

১৫। ভূ-পৃষ্ঠৰ কিমান শতাংশ মাটি আৱৰি আছে—

(ক) ২৪ শতাংশ।

(খ) ৩৯ শতাংশ।

(গ) ৭১ শতাংশ।

(ঘ) ২৯ শতাংশ।

উত্তৰঃ (ঘ) ২৯ শতাংশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top