🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Elective Geography MCQ Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography MCQ Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Notes and select need one.

Class 10 Elective Geography MCQ Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Chapter – 6

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। আকৃতিৰ ফালৰপৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান—

(ক) সপ্তম।

(খ) প্ৰথম।

(গ) দ্বিতীয়।

(ঘ) তৃতীয়।

উত্তৰঃ (ক) সপ্তম।

২। জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান—

(ক) প্ৰথম।

(খ) দ্বিতীয়।

(গ) তৃতীয়।

(ঘ) চতুৰ্থ।

উত্তৰঃ (খ) দ্বিতীয়।

৩। ভাৰতবৰ্ষৰ দৈর্ঘ‍্য পূৱা-পশ্চিমাকৈ কিমান—

(ক) ২,৫৯৯ কিঃমিঃ।

(খ) ৩,৬৮৮ কিঃমিঃ।

(গ) ৩,২১৪ কিঃমিঃ।

(ঘ) ২,৯৩৩ কিঃমিঃ।

উত্তৰঃ (ঘ) ২,৯৩৩ কিঃমিঃ।

৪। ভাৰতৰ পশ্চিম উপকূলৰ ভাগ কেইটা—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) দুটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) দুটা।

৫। ভাৰতৰ পূৱ উপকূলৰ ভাগ কেইটা—

(ক) দুটা।

(খ) চাৰিটা।

(গ) সাতটা।

(ঘ) আঠটা।

উত্তৰঃ (ক) দুটা।

৬। কোনখন নদী ৰাজস্থানৰ মৰুভূমিত পতিত হৈ শুকাই গৈছে—

(ক) গংগা নদী।

(খ) ঘাঘৰ নদী।

(গ) যমুনা নদী।

(ঘ) ব্ৰহ্মপুত্ৰ নদী।

উত্তৰঃ (খ) ঘাঘৰ নদী।

৭। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত কিমান লয়—

(ক) ৬৯ কিল’মিটাৰ।

(খ) ৭৮ কিল’মিটাৰ।

(গ) ৮২ কিল’মিটাৰ।

(ঘ) ৯৬ কিল’মিটাৰ।

উত্তৰঃ (ঘ) ৯৬ কিল’মিটাৰ।

৮। উত্তৰা-দক্ষিণাকৈ ভাৰতৰ সৰ্বোচ্চ দৈর্ঘ‍্য কিমান—

(ক) ২,৯৪৪ কিঃমিঃ।

(খ) ৩,৩৭৮ কিঃমিঃ।

(গ) ৩,২১৪ কিঃমিঃ।

(ঘ) ৬,৩২০ কিঃমিঃ।

উত্তৰঃ (গ) ৩,২১৪ কিঃমিঃ।

৯। ভাৰতৰ মুঠ মাটিকালি কিমান—

(ক) ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

(খ) ২৮,৪০,৩৭৯ বৰ্গ কিঃমিঃ।

(গ) ১১,৩৭,৪৫৬ বৰ্গ কিঃমিঃ।

(ঘ) ৪৫,৩৪,৪৬৮ বৰ্গ কিঃমিঃ।

উত্তৰঃ (ক) ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

১০। ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ দীঘ কিমান—

(ক) ৩,০৯৮ কিঃমিঃ।

(খ) ৬,০৮৩ কিঃমিঃ।

(গ) ২,০৩৪ কিঃমিঃ।

(ঘ) ১,০৯২ কিঃমিঃ।

উত্তৰঃ (খ) ৬,০৮৩ কিঃমিঃ।

১১। ভাৰতৰ পশ্চিম উপকূলীয় সমভূমি কিমান বহল—

(ক) ২০ ৰপৰা ৩৫ কিঃমিঃ।

(খ) ৪০ ৰপৰা ৬৫ কিঃমিঃ।

(গ) ১০ ৰপৰা ২৫ কিঃমিঃ।

(ঘ) ৩০ ৰপৰা ৪৫ কিঃমিঃ।

উত্তৰঃ (গ) ১০ ৰপৰা ২৫ কিঃমিঃ।

১২। কোন সাগৰৰ তলিৰপৰা উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল—

(ক) বেৰিং সাগৰ।

(খ) ভূমধ্য সাগৰ।

(গ) কেৰিবিয়ান সাগৰ।

(ঘ) টেথিচ সাগৰ।

উত্তৰঃ (ঘ) টেথিচ সাগৰ।

১৩। ভাৰতৰ স্থলভাগৰ সীমান্তৰ দৈৰ্ঘ‍্য কিমান—

(ক) ১৫,২০০ কিঃমিঃ।

(খ) ১৬,৩০০ কিঃমিঃ।

(গ) ১৭,৪০০ কিঃমিঃ।

(ঘ) ১৮,৫০০ কিঃমিঃ।

উত্তৰঃ (ক) ১৫,২০০ কিঃমিঃ।

১৪। ৰাজস্থানৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি—

(ক) চিল্কা।

(খ) কৃষ্ণা।

(গ) সম্বল।

(ঘ) পুলিকট।

উত্তৰঃ (গ) সম্বল।

১৫। গঙ্গা নদীৰ দীঘ কিমান—

(ক) ২,৪২৮ কিঃমিঃ।

(খ) ২,৪২৭ কিঃমিঃ।

(গ) ১,৩৪৯ কিঃমিঃ।

(ঘ) ৩,২৩৪ কিঃমিঃ।

উত্তৰঃ (খ) ২,৪২৭ কিঃমিঃ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top