🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Elective Geography MCQ Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography MCQ Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Notes and select need one.

Class 10 Elective Geography MCQ Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Chapter – 4

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন ক’ত অৱস্থিত—

(ক) উত্তৰ আমেৰিকা মহাদেশত।

(খ) এচিয়া মহাদেশত।

(গ) ইউৰোপ মহাদেশত।

(ঘ) আফ্ৰিকা মহাদেশত।

উত্তৰঃ (ক) উত্তৰ আমেৰিকা মহাদেশত।

২। আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কেইটা কৃষি বলয় চিনাক্ত কৰা হয়—

(ক) ছয়টা।

(খ) নটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) নটা।

৩। আমেৰিকা যুক্তৰাষ্ট্ৰক কেইটা জলবায়ৱীয় অঞ্চলত ভাগ কৰিব পাৰি—

(ক) চাৰিটা।

(খ) সাতটা।

(গ) নটা।

(ঘ) দহটা।

উত্তৰঃ (গ) নটা।

৪। কিমান চনত প্ৰথম কপাহী কাপোৰৰ কাৰখানা স্থাপিত হৈছিল—

(ক) ১৮৯০

(খ) ১৯৮৭

(গ) ১৭৬৯

(ঘ) ১৭৯০

উত্তৰঃ (ঘ) ১৭৯০

৫। যুক্তৰাষ্ট্ৰত কপাহী বস্ত্ৰৰ উদ্যোগবোৰ প্ৰধানকৈ কেইটা অঞ্চলত কেন্দ্রীভূত হৈ আছে—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৬। কিমান চনৰ পৰা দেশখনে লো-তীখা উৎপাদনত দ্ৰুত বিকাশ লাভ কৰিবলৈ লয়—

(ক) ১৭৬৯

(খ) ১৮৯৫

(গ) ১৮৬৫

(ঘ) ১৯৭৩

উত্তৰঃ (গ) ১৮৬৫

৭। যুক্তৰাষ্ট্ৰৰ দেশখনে প্ৰতি বছৰে কিমান টন লো-তীখা উৎপাদন কৰে—

(ক) ২০- ৰ পৰা ৩০ নিযুত।

(খ) ৪০- ৰ পৰা ৫০ নিযুত।

(গ) ৭০- ৰ পৰা ৮০ নিযুত।

(ঘ) ৯০- ৰ পৰা ১০০ নিযুত।

উত্তৰঃ (ঘ) ৯০- ৰ পৰা ১০০ নিযুত।

৮। যুক্তৰাষ্ট্ৰৰ ২০০০ চনৰ মুঠ জনসংখ্যা আছিল—

(ক) প্ৰায় ২৫০ নিযুত।

(খ) প্ৰায় ২৮০ নিযুত।

(গ) প্ৰায় ১২০ নিযুত।

(ঘ) প্ৰায় ৩৪০ নিযুত।

উত্তৰঃ (ক) প্ৰায় ২৫০ নিযুত।

৯। মধ্য সমভূমি অঞ্চলটোক কেইটা ভাগত ভগাব পাৰি—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (খ) চাৰিটা।

১০। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ কেইটা প্ৰাকৃতিক বিভাগত ভগাব পাৰি—

(ক) ছয়টা।

(খ) সাতটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

১১। পূব প্ৰান্তৰ অৱস্থিত দেশৰ সৰ্ববৃহৎ মহানগৰী নিউইয়ৰ্কৰ জনসংখ্যা হ’ল—

(ক) ২১ নিযুত।

(খ) ৩৬ নিযুত।

(গ) ১৮ নিযুত।

(ঘ) ২২ নিযুত।

উত্তৰঃ (ঘ) ২২ নিযুত।

১২। দেশৰ দ্বিতীয় বৃহৎ মহানগৰী লছ এঞ্জেলেছৰ জনসংখ্যা হ’ল—

(ক) ১৮ নিযুত।

(খ) ১৯ নিযুত।

(গ) ১২ নিযুত।

(ঘ) ২৮ নিযুত।

উত্তৰঃ (ক) ১৮ নিযুত।

১৩। শীতকালীন গম বলয়ৰ উত্তৰে মধ্য অ’হিওৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চলটোক কি বোলে—

(ক) ধপাত বলয়।

(খ) মাকৈ বলয়।

(গ) কপাহ বলয়।

(ঘ) কুঁহিয়াৰ বলয়।

উত্তৰঃ (খ) মাকৈ বলয়।

১৪। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ কেইটা বৃহৎ উদ্যোগ অঞ্চল চিনাক্ত কৰিব পাৰি—

(ক) আঠটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

১৫। উত্তৰ-পূব উদ্যোগিক অঞ্চলত কেইটা প্ৰধান উদ্যোগ কেন্দ্র আছে—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ঘ) পাঁচটা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top