🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Elective Geography MCQ Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Class 10 Elective Geography MCQ Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Notes and select need one.

Class 10 Elective Geography MCQ Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Chapter – 7

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। মানচিত্রত ব্যৱহাৰ কৰা মাপনী কেই প্ৰকাৰৰ—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

২। অসমৰ মুঠ ভূমি ৭৮৫০ হেজাৰ হেক্টৰৰ ভিতৰত কিমান হেক্টৰ বনাঞ্চল আছে?

(ক) ১৯৩০

(খ) ১৮৯৮

(গ) ১৯৫৫

(ঘ) ১৯২৯

উত্তৰঃ (ক) ১৯৩০

৩। অসমৰ ভূমি ব্যৱহাৰ মাটিকালি পতিত ভূমি কিমান হেজাৰ হেক্টৰ—

(ক) ১২৯

(খ) ২৩৯

(গ) ৩২৩

(ঘ) ২৭৭

উত্তৰঃ (ঘ) ২৭৭

৪। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ২০০১ ত কিমান—

(ক) ৩৩.১

(খ) ৪৫.৬

(গ) ১০২.৮

(ঘ) ৮৪.৬

উত্তৰঃ (গ) ১০২.৮

৫। মোটামুটিভাৱে কেইটা পৰ্যায়ত মানচিত্র এখন অধ্যয়ন কৰি তাৰ বিৱৰণ লিখা হয়—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (ক) তিনিটা।

৬। যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্রত কম বা চুটি কৰি লোৱা হয় তাকেই —

(ক) ভাষাৰ স্কে’ল।

(খ) মানচিত্র স্কে’ল।

(গ) ৰৈখিক মাপনী।

(ঘ) নিৰূপক ভগ্নাংশৰ স্কে’ল।

উত্তৰঃ (খ) মানচিত্র স্কে’ল।

৭। মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয়, তাকেই—

(ক) নিৰূপক ভগ্নাংশৰ স্কে’ল।

(খ) গৌণ ভাগ।

(গ) ৰৈখিক মাপনী।

(ঘ) লেখচিত্ৰ।

উত্তৰঃ (গ) ৰৈখিক মাপনী।

৮। ভূ-পৃষ্ঠ বা তাৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনেই হৈছে—

(ক) মাপনী।

(খ) ভাষাৰ মাপনী।

(গ) দণ্ড লেখচিত্ৰ।

(ঘ) মানচিত্ৰ।

উত্তৰঃ (ঘ) মানচিত্ৰ।

৯। সাংস্কৃতিক উপাদানবোৰ হৈছে—

(ক) মানৱসৃষ্ট উপাদান।

(খ) প্ৰাকৃতিক উপাদান।

(গ) ওপৰৰ দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মানৱসৃষ্ট উপাদান।

১০। তলৰ কোনটো মানৱসৃষ্ট উপাদান নহয়—

(ক) বাট-পথ।

(খ) জলাশয়।

(গ) ঘৰ-দুৱাৰ।

(ঘ) বজাৰ।

উত্তৰঃ (খ) জলাশয়।

১১। মানচিত্ৰত ব্যৱহাৰ কৰা একপ্ৰকাৰ স্কেল হৈছে—

(ক) বৃত্ত লেখচিত্ৰ।

(খ) ৰৈখিক লেখচিত্ৰ।

(গ) ৰৈখিক মাপনী।

(ঘ) দণ্ড লেখচিত্ৰ।

উত্তৰঃ (গ) ৰৈখিক মাপনী।

১২। যি লেখচিত্ৰত কোনো এখন ঠাইৰ বা দেশৰ জনসংখ্যা, উৎপাদন আদিৰ এক দীঘলীয়া ধাৰা ৰেখাৰ সহায়ত উপস্থাপন কৰা হয় তাক—

(ক) ৰৈখিক মাপনী।

(খ) বৃত্ত লেখচিত্ৰ।

(গ) লেখচিত্ৰ।

(ঘ) ৰৈখিক লেখচিত্ৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top