Class 10 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Class 10 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া Notes and select need one.

Class 10 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Chapter – 1

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। ভূ-পৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টি কেই প্ৰকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈছে—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

২। বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা একপ্ৰকাৰ ভূ-অৱয়বক কি বোলে—

(ক) অপঘর্ষণ।

(খ) হিমবাহ।

(গ) বালিয়াৰি।

(ঘ) অৱনমন।

উত্তৰঃ (গ) বালিয়াৰি।

৩। হিমবাহ কেই প্ৰকাৰৰ—

(ক) চাৰি।

(খ) পাঁচ।

(গ) দুই।

(ঘ) তিনি।

উত্তৰঃ (ঘ) তিনি।

৪। অতি ধীৰ গতিত প্ৰবাহিত হোৱা বৰফৰ থূপক কি বোলে—

(ক) গ্ৰাৱ।

(খ) হিমবাহ।

(গ) বতাহৰ কাৰ্য।

(ঘ) সংনিঘর্ষণ।

উত্তৰঃ (খ) হিমবাহ।

৫। মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘর্ষণজনিত প্ৰক্ৰিয়া হৈছে—

(ক) সংনিঘর্ষণ।

(খ) অপঘর্ষণ।

(গ) ভূমিগ্ৰাব।

(ঘ) হিমবাহ।

উত্তৰঃ (ক) সংনিঘর্ষণ।

৬। গ্ৰাৱ কেই প্ৰকাৰৰ—

(ক) তিনি।

(খ) চাৰি।

(গ) ছয়।

(ঘ) সাত।

উত্তৰঃ (খ) চাৰি।

৭। বতাহে মৰুভূমিত প্ৰধানকৈ কেইটা কার্য সম্পাদন কৰে—

(ক) ছয়টা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) পাঁচ।

উত্তৰঃ (গ) তিনিটা।

৮। হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত অৱয়ব কি—

(ক) অপঘৰ্ষণ।

(খ) মহাদেশী হিমবাহ।

(গ) ওলোমা উপত্যকা।

(ঘ) গ্ৰাৱ।

উত্তৰঃ (ঘ) গ্ৰাৱ।

৯। উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাৱক হৈছে—

(ক) পাৰ্শ্ব গ্ৰাৱ।

(খ) ভূমি গ্ৰাৱ।

(গ) মধ্য গ্ৰাৱ।

(ঘ) প্ৰান্ত গ্ৰাৱ।

উত্তৰঃ (ক) পাৰ্শ্ব গ্ৰাৱ।

১০। উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্ৰাৱবোৰ হৈছে—

(ক) প্ৰান্ত গ্ৰাৱ।

(খ) মধ্য গ্ৰাৱ।

(গ) ভূমি গ্ৰাৱ।

(ঘ) পাৰ্শ্ব গ্ৰাৱ।

উত্তৰঃ (গ) ভূমি গ্ৰাৱ।

১১। নদীৰ দৰে কিহে অৱক্ষেপণ কাৰ্য কৰে—

(ক) গিৰিপদ হিমবাহ।

(খ) পাৰ্বত্য হিমবাহ।

(গ) পাৰ্শ্ব গ্ৰাৱ।

(ঘ) হিমবাহেও।

উত্তৰঃ (ঘ) হিমবাহেও।

১২। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া হৈছে—

(ক) ভূ-আকৃতিক প্ৰক্ৰিয়া।

(খ) ভূ-আকৃতিক বিজ্ঞান।

(গ) অৱনমন।

(ঘ) মৰুদ্যান।

উত্তৰঃ (ক) ভূ-আকৃতিক প্ৰক্ৰিয়া।

১৩। মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ কোনটো—

(ক) ইয়াৰদাং।

(খ) ইনছেলবাৰ্গ।

(গ) ওপৰৰ দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ইনছেলবাৰ্গ।

১৪। বতাহে সংঘটিত কৰা একপ্ৰকাৰ ক্ষয়কাৰ্য হৈছে—

(ক) সংনিঘর্ষণ।

(খ) বালিয়াৰি।

(গ) অপঘর্ষণ।

(ঘ) হিমবাহ।

উত্তৰঃ (গ) অপঘর্ষণ।

১৫। তলৰ কোনটো মহাদেশীয় হিমবাহ থকা প্ৰধান অঞ্চল নহয়—

(ক) উত্তৰ কানাডা।

(খ) গ্ৰীণলেণ্ড।

(গ) এণ্টাৰ্কটিকা।

(ঘ) উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতমালা।

উত্তৰঃ (ঘ) উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতমালা।

1 thought on “Class 10 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top