Class 10 Elective Geography MCQ Chapter 5 জাপানৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography MCQ Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective Geography MCQ Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Notes and select need one.

Class 10 Elective Geography MCQ Chapter 5 জাপানৰ আঞ্চলিক ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective Geography MCQ Solutions for All Subject, You can practice these here.

জাপানৰ আঞ্চলিক ভূগোল

Chapter – 5

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। জাপানৰ প্ৰধান দ্বীপকেইটা—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

২। জাপানৰ মুঠ দ্বীপৰ সংখ্যা কিমান—

(ক) ১,০৮৯ টা।

(খ) ২,০৯৪ টা।

(গ) ১,০৫৯ টা।

(ঘ) ১,০৩৭ টা।

উত্তৰঃ (ক) ১,০৮৯ টা।

৩। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি—

(ক) হ’কাইডো।

(খ) হনছু।

(গ) ছিক’কু।

(ঘ) কিউছিউ।

উত্তৰঃ (খ) হনছু।

৪। জাপানৰ কিমান শতাংশ ঠাই সমতলীয়া—

(ক) ১০ শতাংশ।

(খ) ১৯ শতাংশ।

(গ) ১৬ শতাংশ।

(ঘ) ১৫ শতাংশ।

উত্তৰঃ (ঘ) ১৫ শতাংশ।

৫। জাপানৰ কেইটা আগ্নেয়গিৰি জীৱন্ত—

(ক) ৫০ টা।

(খ) ৬০ টা।

(গ) ৪০ টা।

(ঘ) ২০ টা।

উত্তৰঃ (ক) ৫০ টা।

৬। উত্তৰৰপৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ‍্য কিমান—

(ক) ১,৫০০ কিল’মিটাৰ।

(খ) ১,৬০০ কিল’মিটাৰ।

(গ) ২,৬০০ কিল’মিটাৰ।

(ঘ) ১,২০০ কিল’মিটাৰ।

উত্তৰঃ (খ) ১,৬০০ কিল’মিটাৰ।

৭। জাপানৰ একেবাৰে উত্তৰৰ প্ৰধান দ্বীপটো কি—

(ক) কিউছিউ।

(খ) ছিক’কু।

(গ) হ,কাইডো।

(ঘ) হনছু।

উত্তৰঃ (গ) হ,কাইডো।

৮। জাপানৰ ৰাজধানী কি—

(ক) ঢাকা।

(খ) ৱাছিংটন।

(গ) ভূপাল।

(ঘ) ট’কিঅ।

উত্তৰঃ (ঘ) ট’কিঅ।

৯। জাপানৰ এবিধ প্ৰধান খাদ্যশস্য কি—

(ক) ধান।

(খ) ঘেঁহু।

(গ) মাকৈ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ধান।

১০। জাপান এছিয়া মহাদেশৰ কত অৱস্থিত—

(ক) উত্তৰ প্ৰান্তত।

(খ) পশ্চিম প্ৰান্তত।

(গ) পূব প্ৰান্তত।

(ঘ) দক্ষিণ প্ৰান্তত।

উত্তৰঃ (গ) পূব প্ৰান্তত।

১১। কিমান খৃষ্টাব্দত সমগ্ৰ জাপাৰ দ্বীপপুঞ্জক সম্ৰাট মেইজিয়ে নিজৰ অধীনলৈ আনি শাসন কৰিবলৈ ধৰে—

(ক) ১৮৬৬

(খ) ১৯৪৫

(গ) ১৯২৮

(ঘ) ১৮৬৮

উত্তৰঃ (ঘ) ১৮৬৮

১২। প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে—

(ক) জাপান দেশ।

(খ) আমেৰিকা।

(গ) ইউৰোপ।

(ঘ) ইৰাণ।

উত্তৰঃ (ক) জাপান দেশ।

১৩। উত্তৰা-দক্ষিণাকৈ জাপানৰ দৈর্ঘ‍্য প্ৰায়—

(ক) ১৩০০

(খ) ২৪০০

(গ) ৩৪০০

(ঘ) ৫৪০০

উত্তৰঃ (খ) ২৪০০

১৪। উত্তৰা-দক্ষিণাকৈ জাপানৰ মাটিকালি হ’ল—

(ক) ২,৪৪,৪৭৯ বৰ্গ কিলোমিটাৰ।

(খ) ৪,৩৩,২৩৭ বৰ্গ কিলোমিটাৰ।

(গ) ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ।

(ঘ) ২,৫৫,৫৬২ বৰ্গ কিলোমিটাৰ।

উত্তৰঃ (গ) ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ।

১৫। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা হ’ল—

(ক) ১২২ নিযুত।

(খ) ২৩৭ নিযুত।

(গ) ১২১ নিযুত।

(ঘ) ১২৮ নিযুত।

উত্তৰঃ (ঘ) ১২৮ নিযুত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top