Application to Gram Panchayat for repairing of Village roads
To
The Anchal Pradhan,
______________ Village
Date_________
Sub: Application to Gram Panchayat for repairing of Village roads
Sir,
This is to bring to your kind notice that roads in our locality are in a deplorable state. This locality a neglected area. The roads here have not been repaired for a long time. We have repeatedly drawn your attention to the condition of the roads of our locality. The damage caused to it year after year by the rains and erosion during the rainy season is never repaired. There are breaches and holes throughout all the roads passing through. Rain water accumulates in the holes and breaches here and there causing hardship to the passers by. Traveling on foot has become dangerous because of the waterlogging almost all over the area. The misery of the people is beyond description.
We sincerely hope that you should devise means to remove the grievance before the matter takes a grave turn.
Thanking you.
Yours sincerely
__________
গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন।
প্ৰতি সভাপতি,
…………গাওঁ পঞ্চায়ত
তাৰিখ________
বিষয়: গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন।
মহাশয়,
ইয়াৰ দ্বাৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, আমাৰ অঞ্চলৰ ৰাস্তাবোৰৰ অৱস্থা অতি শোচনীয়। এইটো এটা অবহেলিত অঞ্চল। ইয়াৰ ৰাস্তাবোৰ বহুদিন ধৰি মেৰামতি কৰা হোৱা নাই। আমি এই বিষয়ে বাৰে বাৰে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছো। প্ৰতি বছৰে বৰষুণৰ বাবে ৰাস্তাৰ যি ক্ষতি হয় সেইবোৰ কেতিয়াও ভাল কৰা নহয়। এই অঞ্চলৰ মাজেৰে যিবোৰ ৰাস্তা গৈছে সেইবোৰৰ অধিকাংশতে গাত আৰু ফাট আছে। বিশেষকৈ বাৰিষা কালত ৰাস্তাৰে খোজ কঢ়াটো বিপদজনক হয়, কাৰণ ৰাস্তাবোৰ বোকাময় হৈ থাকে। তেতিয়া স্থানীয় মানুহৰ দুৰ্দশাৰ আৰু অন্ত নাথাকে।
আমি ভাবো বিষয়টো আৰু বেচি জটিল হোৱাৰ পূৰ্বেই আপুনি কোনো উপায় উদ্ভাৱন কৰি স্থানীয় মানুহখিনিৰ দুখ দুৰ্দশা দূৰ কৰিব।
ধন্যবাদ।
বিনীত
__________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.