Application to Change The Name of Nominee of Policy | জীৱন বীমা পলিচীৰ নমিনী বা উত্তৰাধিকাৰী সলনি কৰাৰ বাবে জনোৱা আবেদন পত্ৰ

জীৱন বীমা পলিচীৰ ‘নমিনী’ বা উত্তৰাধিকাৰী সলনি কৰাৰ বাবে জনোৱা আবেদন পত্ৰ।

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

প্ৰতি,                              

শাখা (আঞ্চলিক) প্ৰৱন্ধক,

ভাৰতীয় জীৱন বীমা নিগম লিমিটেড,

ডিব্ৰুগড় (অসম)।

তাৰিখ : ০২/১২/১২

বিষয়: জীৱন বীমা পলিচীৰ ‘নমিনী’ বা উত্তৰাধিকাৰী সলনি কৰাৰ বাবে জনোৱা আবেদন পত্ৰ।

মহাশয়,

সন্মান সহকাৰে আপোনাক জনাব খোজোঁ যে মই ২০০১ চনতে এক লাখ টকাৰ এটা জীৱন বীমাৰ পলিচী খুলিছিলো। তেতিয়া মই ‘নমিনী’ হিচাবে মোৰ মাৰ নামটো দিছিলোঁ। কিন্তু ইতিমধ্যে ২০০২ ত মোৰ মাতৃ বিয়োগ ঘটে। গতিকে মই এই আবেদনৰ জৰিয়তে মোৰ উক্ত পলিচীখনত ‘নমিনী’ হিচাবে মোৰ মাতৃৰ ঠাইত মোৰ জীয়ৰী ৰূপমতীৰ নামটো সন্নিবিষ্ট কৰিবলৈ অনুৰোধ কৰিলোঁ। মোৰ অবিহনে উক্ত পলিচীখনৰ সমুদায় ধনৰাশি মোৰ জীয়ৰী ৰূপমতীয়ে পাব। আশাকৰোঁ বিহিত ব্যৱস্থা কৰি পলিচীখনৰ নমিনীৰ নামটো সোনকালে বদলি কৰি দি বাধিত কৰিব।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ধন্যবাদেৰে,

পলিচী নং- ৪৮০০০৩৪৫৬৭

ইতি,

আপোনাৰ একান্ত বিশ্বাসী,

ভদ্ৰেশ্বৰ বুঢ়াগোহাঞি

দুলীয়াজান (অসম)

Application to Change The Name of Nominee of Policy.

To,                              

The Branch (Zonal) Manager,

Life Corporation of India Ltd.

Dibrugarh (Assam)

Date: 02/12/2012

Sub: Application to Change The Name of Nominee of Policy.

Sir,

With due respect I would like to state that I opened a LIC Policy with one lakh sum assured money. That time I had nominated my mother’s name in the policy. But my mother had expired in the year 2002. So I would like to change the name of my nominee from my mother’s name to my daughter’s name Roopmati in the said policy.

Therefore, I request you to kindly make necessary arrangements to change the name of the nominee forthright in the said policy and I declare that henceforth my daughter Roopmati will be my sole nominee regarding the policy after my death.

Thanks.

Yours faithfully,

Bhadreswar Burhagohain

P.O. Duliajan, Dibrugarh (Assam)

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top