SEBA Class 7 Social Science MCQ Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা
Chapter: 13
| MCQ |
১। ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আছে?
(ক) ২৫ খন।
(খ) ২৮ খন।
(গ) ২৯ খন।
(ঘ) ৩০ খন।
উত্তৰঃ (খ) ২৮ খন।
২। ভাৰতত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান?
(ক) ৭ খন।
(খ) ৮ খন।
(গ) ৯ খন।
(ঘ) ১০ খন।
উত্তৰঃ (খ) ৮ খন।
৩। আমাৰ সংবিধানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আওতাত অহা বিষয়বোৰ কেইখন তালিকাৰ যোগেদি ভাগ কৰি দিছে?
(ক) দুখন।
(খ) তিনিখন।
(গ) চাৰিখন।
(ঘ) পাঁচখন।
উত্তৰঃ (খ) তিনিখন।
৪। ৰাজ্যিক প্ৰশাসনৰ কেইটা অংগ আছে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৫। তলৰ কোনটো ৰাজ্যিক প্ৰশাসনৰ অংগ নহয়?
(ক) কাৰ্যপালিকা।
(খ) বিধানমণ্ডল।
(গ) ন্যায়পালিকা।
(ঘ) কেন্দ্ৰীয় চৰকাৰ।
উত্তৰঃ (ঘ) কেন্দ্ৰীয় চৰকাৰ।
৬। ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন?
(ক) মুখ্যমন্ত্ৰী।
(খ) প্ৰধানমন্ত্ৰী।
(গ) ৰাজ্যপাল।
(ঘ) ৰাষ্ট্ৰপতি।
উত্তৰঃ (গ) ৰাজ্যপাল।
৭। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?
(ক) মুখ্যমন্ত্ৰীয়ে।
(খ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।
(গ) প্ৰধানমন্ত্ৰীয়ে।
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।
উত্তৰঃ (খ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।
৮। ৰাজ্যপালৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ?
(ক) ৪ বছৰ।
(খ) ৫ বছৰ।
(গ) ৬ বছৰ।
(ঘ) নিৰ্দিষ্ট নহয়।
উত্তৰঃ (খ) ৫ বছৰ।
৯। ৰাজ্যপাল হ’বলৈ ন্যূনতম বয়স কিমান হ’ব লাগে?
(ক) ২৫ বছৰ।
(খ) ৩০ বছৰ।
(গ) ৩৫ বছৰ।
(ঘ) ৪০ বছৰ।
উত্তৰঃ (গ) ৩৫ বছৰ।
১০। ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?
(ক) ৰাষ্ট্ৰপতিয়ে।
(খ) ৰাজ্যপালে।
(গ) বিধানসভাই।
(ঘ) জনসাধাৰণে।
উত্তৰঃ (খ) ৰাজ্যপালে।
১১। ভাৰতত ৰাজ্যিক প্ৰশাসনৰ প্ৰকৃত মুৰব্বী কোন?
(ক) ৰাজ্যপাল।
(খ) ৰাষ্ট্ৰপতি।
(গ) মুখ্যমন্ত্ৰী।
(ঘ) মুখ্য সচিব।
উত্তৰঃ (গ) মুখ্যমন্ত্ৰী।
১২। ৰাজ্যৰ বিধানমণ্ডলৰ নিম্ন আৰু অস্থায়ী সদনটোক কি বুলি কোৱা হয়?
(ক) লোকসভা।
(খ) ৰাজ্যসভা।
(গ) বিধানসভা।
(ঘ) বিধান পৰিষদ।
উত্তৰঃ (গ) বিধানসভা।
১৩। ৰাজ্যৰ বিধানমণ্ডলৰ উচ্চ আৰু স্থায়ী সদনটোক কি বুলি কোৱা হয়?
(ক) লোকসভা।
(খ) ৰাজ্যসভা।
(গ) বিধানসভা।
(ঘ) বিধান পৰিষদ।
উত্তৰঃ (ঘ) বিধান পৰিষদ।
১৪। বিধানসভাৰ সদস্যসকলক কি বুলি জনা যায়?
(ক) সাংসদ (MP)।
(খ) বিধায়ক (MLA)।
(গ) মন্ত্ৰী।
(ঘ) ন্যায়াধীশ।
উত্তৰঃ (খ) বিধায়ক (MLA)।
১৫। এখন ৰাজ্যৰ বিধানসভাত সৰ্বাধিক কিমান গৰাকী সদস্য থাকিব পাৰে?
(ক) ২৫০
(খ) ৩০০
(গ) ৪০০
(ঘ) ৫০০
উত্তৰঃ (ঘ) ৫০০

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

