SEBA Class 10 Assamese Important Chapter 5 দৃশ্যান্তৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 5 দৃশ্যান্তৰ Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 5 দৃশ্যান্তৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
দৃশ্যান্তৰ
Chapter: 5
| IMPORTANT QUESTION AND ANSWER |
১। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
২। হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল – ‘আগন্তুক’।
৩। হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
উত্তৰঃ হৰেকৃষ্ণ ডেকা ‘The Sentinel’ নামৰ কাকতৰ সম্পাদক আছিল।
খালী ঠাই পূৰ কৰা-
১। আলি – কেঁকুৰিটো আছিল ______________।
উত্তৰঃ আলি – কেঁকুৰিটো আছিল কেঁচা।
২। দৃশ্যান্তৰ কবিতাটোত ______________ জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে।
উত্তৰঃ দৃশ্যান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে।
৩। _____________ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পবিৱর্তিত সত্য।
উত্তৰঃ ‘দৃশ্যান্তৰ‘ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পবিৱর্তিত সত্য।
৪। তেওঁৰ উপন্যাসৰ নাম হৈছে ______________।
উত্তৰঃ তেওঁৰ উপন্যাসৰ নাম হৈছে ‘আগন্তুক’।
৫। হৰেকৃষ্ণ ডেকাই ___________ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ ডিগ্রী লাভ কৰে।
উত্তৰঃ হৰেকৃষ্ণ ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ ডিগ্রী লাভ কৰে।
সত্য- অসত্য-
১। হৰেকৃষ্ণ ডেকাই তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল।
উত্তৰঃ সত্য।
২। হৰেকৃষ্ণ ডেকাই গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনা কৰিছিল।
উত্তৰঃ সত্য।
৩। ‘Sea-Scare’ হৰেকৃষ্ণ ডেকাৰ এখন গল্প সংকলন।
উত্তৰঃ অসত্য।
৪। হৰেকৃষ্ণ ডেকাৰ মৃত্যুদণ্ড এখন কাব্যগ্ৰন্থ।
উত্তৰঃ অসত্য।
৫। হৰেকৃষ্ণ ডেকাই ২০১০ চনত কথা বঁটা লাভ কৰিছিল।
উত্তৰঃ অসত্য।
দীঘল প্রশ্ন উত্তৰ-
১। “দুশান্তৰ” কবিতাটিত কবিয়ে অতীত আৰু বৰ্তমানৰ মাজত কি বিৰোধ দেখুৱাইছে? বৰ্ণনা কৰা।
উত্তৰঃ “দুশান্তৰ” কবিতাটিত কবিয়ে অতীতৰ এক শান্ত, নিৰ্মল, ন্যায়পূৰ্ণ সমাজ ব্যৱস্থাৰ সৈতে বৰ্তমানৰ সংঘাতপূৰ্ণ আৰু অশান্ত সমাজক তুলনা কৰিছে। কবিয়ে কয় যে বহু বছৰ আগতে তেওঁ সেই স্থানতে বিচাৰ আৰু ন্যায়ৰ উপস্থিতি অনুভৱ কৰিছিল। লোকে নিজৰ খবৰ পঢ়িছিল, সহানুভূতি আছিল, আনৰ সহায়ত আগবাঢ়িছিল। কিন্তু বৰ্তমান সময়ত মানুহৰ অন্তৰৰ পৰা সেই ন্যায়বোধ, সহানুভূতি, সম্প্ৰীতি আৰু শান্তিৰ অপসাৰণ ঘটিছে। সমাজৰ সেউজীয়া পৰিৱেশ, সৌন্দৰ্য আৰু সমবেদনা আজিৰ যান্ত্ৰিক, নিৰ্দয়, আৰু একাকীত্বত ভৰা জীৱনশৈলীত বিলীন হৈ পৰিছে। কবিতাটিয়ে এনে এটা চিত্র অংকন কৰিছে য’ত সময়ৰ সলনীয়াই মানুহক আত্মকেন্দ্ৰিক আৰু অসামাজিক কৰি তুলিছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


