⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 10 Assamese Important Chapter 6 উদ্যোগী হওঁ আহাঁ

SEBA Class 10 Assamese Important Chapter 6 উদ্যোগী হওঁ আহাঁ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 6 উদ্যোগী হওঁ আহাঁ Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 6 উদ্যোগী হওঁ আহাঁ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

১। সৃজনশীল শব্দৰ অৰ্থ কি?

উত্তৰঃ সৃজনশীল শব্দৰ অৰ্থ হ’ল- সৃজন গুণৰ সংযোগ।

২। টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

উত্তৰঃ টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তবয় কৰিছিল। ”মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।

খালী ঠাই পূৰ কৰা-

১। উদ্যোগী ব্যক্তিৰ এটা গুৰুত্বপূর্ণ গুণ হৈছে __________ ।

উত্তৰঃ উদ্যোগী ব্যক্তিৰ এটা গুৰুত্বপূর্ণ গুণ হৈছে একাগ্ৰতা।

২। __________ য়ে ইনফ’চিছ (Infosys) কোম্পানিৰ প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ নাৰায়ণ মূৰ্তিয়ে ইনফ’চিছ  (Infosys) কোম্পানিৰ প্ৰতিষ্ঠা কৰিছিল।

৩। Softronics প্ৰতিষ্ঠা কৰিছিল __________ য়ে ।

উত্তৰঃ Softronics প্ৰতিষ্ঠা কৰিছিল নাৰায়ণ মূৰ্তিয়ে।

৪। উদ্যোগী হ’বলৈ প্ৰয়োজন __________ আৰু আত্মবিশ্বাস।

উত্তৰঃ উদ্যোগী হ’বলৈ প্ৰয়োজন সাহস আৰু আত্মবিশ্বাস।

৫। ছাত্ৰজীৱনত উদ্যোগৰ পটভূমি গঢ়ি তোলে __________ ।

উত্তৰঃ ছাত্ৰজীৱনত উদ্যোগৰ পটভূমি গঢ়ি তোলে অধ্যৱসায় আৰু নিষ্ঠাই।

সত্য- অসত্য:

১। Softronics এজন সফল উদ্যোগ আছিল।

উত্তৰঃ অসত্য।

২। উদ্যোগ মানেই ধন উপাৰ্জন।

উত্তৰঃ অসত্য।

৩। নাৰায়ণ মূৰ্তিয়ে Infosys প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ সত্য।

৪। GNRC Hospital এটা স্বাস্থ্য সেৱাৰ উদ্যোগ।

উত্তৰঃ সত্য।

৫। কেৱল Skill থাকিলেই সফল উদ্যোগী হ’ব পৰা যায়।

উত্তৰঃ অসত্য।

দীঘল প্ৰশ্ন-উত্তৰ:

১। উদ্যোগী হ’বলৈ শিক্ষাৰ ভূমিকা কি?

উত্তৰঃ উদ্যোগী হ’বলৈ শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শিক্ষাই এজন ব্যক্তিক কেৱল পুথিগত জ্ঞান নহয়, চিন্তা-চৰ্চা, বিশ্লেষণক্ষমতা, সমস্যা সমাধানৰ দক্ষতা, আত্মবিশ্বাস, সহনশীলতা আৰু নেতৃত্ব দানৰ গুণাৱালীও বিকাশ কৰাত সহায় কৰে। শিক্ষা প্ৰদান কৰা জ্ঞান আৰু অভিজ্ঞতাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয় আৰু লক্ষ্য পূৰণৰ পথ বিচাৰি ফুৰে। শিক্ষাই নতুন কৌশল, ব্যৱসায়িক ধাৰণা, ব্যৱস্থাপনা আৰু বিত্তীয় জ্ঞান অৰ্জন কৰিবলৈ সহায় কৰে, যি এজন ব্যক্তিক সফল উদ্যোগী হিচাপে গঢ়ি তোলে। তদুপৰি, শিক্ষাই সমাজ আৰু বজাৰৰ প্ৰতি সচেতনতা বৃদ্ধি কৰি, কোনো নতুন পৰিৱেশত আত্মবিশ্বাসেৰে আগবঢ়াৰ উৎসাহ দিয়ে। এই সকলোবোৰ গুণেৰে ব্যক্তিয়ে নিজৰ উদ্যোগ আৰম্ভ কৰাৰ আৰু তেওঁক আগবঢ়োৱাৰ শক্তি লাভ কৰে। সেয়ে, শিক্ষা উদ্যোগী হ’বলৈ এক দৃঢ় ভিত্তি প্ৰদান কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top