SEBA Class 10 Assamese Important Chapter 7 ভাৰতীয় সংস্কৃতি

SEBA Class 10 Assamese Important Chapter 7 ভাৰতীয় সংস্কৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 7 ভাৰতীয় সংস্কৃতি Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 7 ভাৰতীয় সংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। নৈৰাস্য মানে কি?

উত্তৰঃ নৈৰাস্য মানে হ’ল- নিৰাশ ভাৱ।

২। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে প্ৰকৃত শক্তি। ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

৩।কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

খালী ঠাই পূৰ কৰা-

১। ভাৰতীয় সংস্কৃতি এক বিৰাট _____________বস্তু।

উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।

২। ___________ শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

উত্তৰঃ ক্রমবর্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

৩। সংস্কৃতিৰ ___________ ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

উত্তৰঃ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

৪। ____________ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই।

উত্তৰঃ আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই।

৫। গঠনৰ সৰলতা আৰু ___________ হৈছে ইছলামীয় ভাস্কর্যৰ মূল সম্পদ। 

উত্তৰঃ গঠনৰ সবলতা আৰু সুক্ষ্মতা হৈছে ইছলামীয় ভাস্কর্যৰ মূল সম্পদ। 

সত্য/অসত্য-

১। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে। 

উত্তৰঃ সত্য।

২। অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্রকাশ পাইছে।

উত্তৰঃ সত্য।

৩। নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব নালাগে বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল।

উত্তৰঃ অসত্য।

৪। ‘The Red River And Blue Hill’ হেমচন্দ্র বৰুৱাই ৰচনা কৰিছিল।

উত্তৰঃ সত্য।

৫। মোগল সম্রাট বাবৰৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰাই পোন প্রথমে ভাৰতত প্রৱেশ কৰে।

উত্তৰঃ সত্য।

দীঘল প্রশ্ন উত্তৰ-

১। ভাৰতীয় সংস্কৃতিয়ে কেনেকৈ এক বহুমুখী আৰু সমন্বিত সংস্কৃতি হিচাপে বিকাশ পাইছে?

উত্তৰঃ ভাৰতীয় সংস্কৃতি বহুমুখী আৰু সমন্বিত সংস্কৃতি হিচাপে বিকাশ পাইছে কাৰণ- ই বিভিন্ন ধৰ্ম, ভাষা, সমাজ আৰু পৰিৱেশৰ লগত সংযুক্ত হৈ বিকাশ পাইছে। ভাৰতত বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ বাসস্থান, যিয়ে পৰস্পৰ একত্ৰিত হৈ এটা বৃহৎ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিছে। ইয়াৰ লগতে স্থানীয় পৰিৱেশৰ লগত সঙ্গতি ৰাখি আৰু বৈদেশিক সংযোগৰ দ্বাৰা নতুন ধাৰণাসমূহ গ্ৰহণ কৰি সংস্কৃতিৰ প্ৰগতি কৰি আহিছে। এইদৰে এক সুসংগত, বহুমুখী আৰু উদ্ভাৱনশীল সংস্কৃতিৰ সৃষ্টি হৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top