SEBA Class 10 Assamese Important Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

SEBA Class 10 Assamese Important Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। গৌতম বুদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি?

উত্তৰঃ গৌতম বুদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হ’ল- অহিংসা পৰম ধৰ্ম।

২। লোকগীত কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীত বুলি কোৱা হয়।

উদাহৰণ স্বৰূপে – নিচুকনি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বিহুগীত,বনগীত ইত্যাদি।

৩। তান্ত্ৰিক ধৰ্ম কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ তান্ত্ৰিক ধৰ্ম হ’ল- প্ৰাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্ম।

৪। জাতি কাক বোলে?

উত্তৰঃ কুল, বংশ। কোনো এক ভূ-খণ্ডত সাধাৰণতে একে ভাষা, ধৰ্ম- সংস্কৃতিৰে বসবাস কৰা জনসমষ্টিকে জাতি বোলা হয়।

৫। আব্দুছ চাত্তাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰঃ যোৰহাট জিলাৰ তিতাবৰত। আৰু ১৯২২ চনত আব্দুছ ছাত্তাৰ জন্ম হৈছিল।

৬। আব্দুছ ছাত্তাৰ কেতিয়া অকাল মৃত্যু ঘটে?

উত্তৰঃ ১৯৮৭ চনত।

খালী ঠাই পূৰ কৰা-

১। অসম দেশত প্রাচীন কালৰে পৰা হিন্দুৰ ____________ ধর্ম আৰু বৌদ্ধ ধর্ম প্রচলিত আছিল।

উত্তৰঃ অসম দেশত প্রাচীন কালৰে পৰা হিন্দুৰ তান্ত্রিক ধর্ম আৰু বৌদ্ধ ধর্ম প্রচলিত আছিল।

২। _____________ অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

৩। সমগ্র অসম দেশখন যাদু-মন্ত্র আৰু _____________ বিদ্যাৰ কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল।

উত্তৰঃ সমগ্র অসম দেশখন যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ কাৰণে প্রাচীন কালৰে পৰা প্রসিদ্ধ আছিল।

৪। সকলোকে বান্ধি থোৱা এনাজৰীডাল এনাজৰীডাল আছিল _______________।

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল এনাজৰীডাল আছিল অসমীয়া ভাষা

৫। ভাৰত স্বাধীন হ’ল ____________ চনৰ ১৫ আগষ্টত।

উত্তৰঃ ভাৰত স্বাধীন হ’ল ১৯৪৭ চনৰ ১৫ আগষ্টত।

সত্য/অসত্য-

১। বৃটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিছিল।

উত্তৰঃ সত্য।

২। বৃটিছ আহিছিল ইয়াণ্ডাবু সন্ধিৰ পাছত।

উত্তৰঃ সত্য।

৩। অসমীয়া জনজাতিৰ সমাজত বিয়াহ আৰু ধৰ্মীয় অনুষ্ঠানৰ বিশেষ গুৰুত্ব নাই।

উত্তৰঃ অসত্য।

৪। বৌদ্ধধর্ম গৌতম বুদ্ধই প্রচাৰ কৰিছিল।

উত্তৰঃ সত্য।

৫। ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মানৰজা আৰু বৃটিছৰ মাজত হৈছিল।

উত্তৰঃ সত্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top