SEBA Class 10 Assamese Important Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা

SEBA Class 10 Assamese Important Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

১। কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। 

২। প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু–মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ কাৰণে প্রসিদ্ধ আছিল।

৩। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?


উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অগ্ৰিম শব্দৰ অৰ্থ কি?

উত্তৰঃ আগেয়ে দিয়া বা দিব লগা।

খালী ঠাই পূৰ কৰা-

১। Net হৈছে কম্পিউটাৰ নেটৱৰ্কৰ ______________ এক ব্যৱস্থা।

উত্তৰঃ Net হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা।

২। কুঁৱলীৰ অন্তৰংগ বান্ধৱী _______________।

উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণ

৩। Virus ৰ সম্পূর্ণ ৰূপ হৈছে _______________।

উত্তৰঃ Virus ৰ সম্পূর্ণ ৰূপ হৈছে ‘Vital information resources under seize’.

৪। কুৱলীয়ে _______________ লৈ ই-মেইল কৰিছিল।

উত্তৰঃ কুৱলীয়ে শ্বেৰণলৈ ই-মেইল কৰিছিল।

৫। ইণ্টাৰনেটৰ পৰা কুঁৱলীয়ে ____________ বিষয় শিকিছিল।

উত্তৰঃ ইণ্টাৰনেটৰ পৰা কুঁৱলীয়ে বিজ্ঞানৰ বিষয় শিকিছিল।

সত্য/অসত্য-

১। কুঁৱলীৰ ইণ্টাৰনেটৰ বিষয়ে কোনো জ্ঞান নাছিল।

উত্তৰঃ অসত্য।

২। কুঁৱলী কম্পিউটাৰ ব্যৱহাৰ কৰিবৰ বাবে আগ্ৰহী হৈছিল।

উত্তৰঃ সত্য।

৩। কুঁৱলীয়ে শ্বেৰণলৈ ই-মেইল পঠিয়াইছিল।

উত্তৰঃ সত্য।

৪। Virus হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্রস্তুত কৰা এক কম্পিউটাৰ প্রগ্রেম।

উত্তৰঃ সত্য।

৫। ‘Internet’ ক নেট (Net) বুলিও কোৱা হয়।

উত্তৰঃ সত্য।

দীঘল প্রশ্ন-উত্তৰ-

১। কুঁৱলীয়ে কেনেকৈ ইণ্টাৰনেটৰ পৰা নতুন জ্ঞান আহৰণ কৰিলে?

উত্তৰঃ কুঁৱলীয়ে কম্পিউটাৰ উপহাৰ পোৱাৰ পাছত ইণ্টাৰনেটৰ বিষয়ে অধ্যয়নৰ আগ্ৰহ অনুভৱ কৰিছিল। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞান, কলা, আৰু সমাজৰ নানা দিশৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। বিশেষকৈ, WWW (World Wide Web) সম্বন্ধে সঠিক বুজ পাবলৈ গুগুলৰ সহায়ত অনুসন্ধান কৰিছিল আৰু চুইজাৰলেণ্ডৰ CERNৰ কথা জানিবলৈ পালে। তাইৰ আগ্ৰহ আছিল যে ইণ্টাৰনেটৰ বিভিন্ন সুযোগ আৰু বিভিন্ন ৱেব পেজৰ পৰা নতুন নতুন তথ্যৰ বিষয়ে জ্ঞান আহৰণ কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top