SEBA Class 10 Assamese Important Chapter 10 অৰুণিমা সিনহা

SEBA Class 10 Assamese Important Chapter 10 অৰুণিমা সিনহা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 10 অৰুণিমা সিনহা Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 10 অৰুণিমা সিনহা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

২। জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে?

উত্তৰঃ জয়শ্রী গোস্বামী মহন্তই ‘এদিনৰ সংবাদ’  বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।

৩। কোন চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল?

উত্তৰঃ ২০১৮ চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

8। ড° জয়শ্ৰী গোস্বামী মহন্ত কোন চনত ৰাজ্য সভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল?

উত্তৰঃ ড° জয়শ্ৰী গোস্বামী মহন্ত ১৯৯৯ চনত ৰাজ্য সভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল।

খালী ঠাই পূৰ কৰা-

১। অৰুণিমা সিন্‌হাই ২০১৩ চনৰ _____________ জয় কৰি বিশ্বৰ আগত এক অনন্য উদাহৰণ আগবঢ়াইছে।

উত্তৰঃ অৰুণিমা সিন্‌হাই ২০১৩ চনৰ ২১ মে’ত এভাৰেষ্ট জয় কৰি বিশ্বৰ আগত এক অনন্য উদাহৰণ আগবঢ়াইছে।

২। অৰুণিমাৰ মনোবলৰ উৎস আছিল _____________ৰ পৰা প্ৰাপ্ত সহায় আৰু পৰামৰ্শ।

উত্তৰঃ অৰুণিমাৰ মনোবলৰ উৎস আছিল বাচেন্দ্রি পাল ৰ পৰা প্ৰাপ্ত সহায় আৰু পৰামৰ্শ।

৩। চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ______________ ফুট।

উত্তৰঃ চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট।

৪। অভিযাত্রী শব্দৰ অৰ্থ হ’ল _______________।

উত্তৰঃ অভিযাত্রী শব্দৰ অৰ্থ হ’ল দুর্গম পথেৰে যোৱা সাহসী লোক

৫। জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্র হ’ল প্রচণ্ড ইচ্ছাশক্তি আৰু ______________।

উত্তৰঃ জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্র হ’ল প্রচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা

সত্য/অসত্য-

১। বাচেন্দ্রি পালৰ পৰামর্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অকণিমাই নিজকে পর্বতাৰোহণৰ বাবে সাজু কৰিছিল।

উত্তৰঃ সত্য।

২। প্রতিকূল শব্দৰ অৰ্থ হ’ল – অসুবিধা সৃষ্টিকাৰী।

উত্তৰঃ সত্য।

৩। অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা নাছিল।

উত্তৰঃ অসত্য।

৪। অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

উত্তৰঃ সত্য।

৫। হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্র হ’বলৈ ধৰিলে।

উত্তৰঃ সত্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top