SEBA Class 10 Assamese Important Chapter 11 অৰণ্যযাত্ৰা

SEBA Class 10 Assamese Important Chapter 11 অৰণ্যযাত্ৰা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 11 অৰণ্যযাত্ৰা Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 11 অৰণ্যযাত্ৰা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 11

IMPORTANT QUESTION AND ANSWER

১। লৰ্ড কাৰ্জন কোন? 

উত্তৰঃ লৰ্ড কাৰ্জন হ’ল- ইংৰাজ ভাইচৰয়।

২। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্রন্থৰ নাম লিখা।

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্রন্থৰ নাম হ’ল-  ‘ডায়েৰি’।

৩। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

খালী ঠাই পূৰ কৰা-

১। গৰমৰ বন্ধৰ প্ৰথম সপ্তাহত অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ___________ লৈ নিয়াৰ সিদ্ধান্ত হৈছিল।

উত্তৰঃ গৰমৰ বন্ধৰ প্ৰথম সপ্তাহত অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান লৈ নিয়াৰ সিদ্ধান্ত হৈছিল।

২। পাহিয়ে মাকক সুধিলে, “ল’ৰা আৰু ছোৱালীৰ ______________ কোনে পৃথক কৰিলে?”

উত্তৰঃ পাহিয়ে মাকক সুধিলে, “ল’ৰা আৰু ছোৱালীৰ কাম কোনে পৃথক কৰিলে?”

৩। পল নৱম শ্রেণীত আৰু পাহি ____________ শ্রেণীত পঢ়ে।

উত্তৰঃ পল নৱম শ্রেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

৪। ______________ চনত ইয়াণ্ডাবু সন্ধি হৈছিল।

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি হৈছিল।

৫। লর্ড কার্জনৰ পত্নীৰ নাম _____________।

উত্তৰঃ লর্ড কার্জনৰ পত্নীৰ নাম মেৰী কার্জন

সত্য/অসত্য-

১। বাপীৰাম হাজৰিকা, নিগনা চিকাৰী নামে জনাজাত আছিল।

উত্তৰঃ সত্য।

২। কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন আছিল মহীচন্দ্র মিৰি।

উত্তৰঃ সত্য।

৩। অনুৰাধা শৰ্মা পূজাৰী হ’ল অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক।

উত্তৰঃ সত্য।

৪। ধৈর্য্যতা হ’ল মানুহৰ জীৱনৰ প্ৰথম পাঠশালা।

উত্তৰঃ অসত্য।

৫। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী হ’ল মহীচন্দ্ৰ মিৰি। 

উত্তৰঃ সত্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top