SEBA Class 10 Assamese Important Chapter 12 পাৰস্যত এভূমুকি

SEBA Class 10 Assamese Important Chapter 12 পাৰস্যত এভূমুকি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 12 পাৰস্যত এভূমুকি Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 12 পাৰস্যত এভূমুকি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

১। ‘আগা’’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘আগা’’ শব্দৰ অৰ্থ হ’ল- শ্ৰীযুত।

২। চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।

৩। ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম হ’ল- টেহৰাণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। জাগ্ৰছ পর্বতশ্রেণী ক’ত? এই পর্বতশ্রেণীৰ কেনেকৈ সৃষ্টি হৈছিল?

উত্তৰঃ জাগ্ৰছ পর্বতশ্রেণী ইৰাণত অৱস্থিত। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত বা সংঘৰ্ষৰ ফলত সাগৰৰ কুকুৰপৰা জাগ্ৰত হৈ জাগ্ৰছ পর্বতমালৰ সৃষ্টি হৈছিল। হিমালয় পর্বতৰো সেইদৰেই সৃষ্টি হৈছিল।

খালী ঠাই পূৰ কৰা-

১। মেহদি আৰু ঘাছেম দুয়োজন _____________ যুৱক।

উত্তৰঃ মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক।

২। ‘আগা’ শব্দটো _____________  সমার্থক সম্মানীয় শব্দ।

উত্তৰঃ ‘আগা’ শব্দটো শ্রীযুতৰ সমার্থক সম্মানীয় শব্দ।

৩। বুশ্বেৰৰ ____________  বিখ্যাত।

উত্তৰঃ বুশ্বেৰৰ খেজুৰ বিখ্যাত।

৪। ইৰাণৰ জাগ্রছ পৰ্বতৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ____________ মিটাৰ।

উত্তৰঃ ইৰাণৰ জাগ্রছ পৰ্বতৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ৪৫০০ মিটাৰ।

৫। টেহৰাণত বিমান বন্দৰ দুটা- মেহৰাবাদ এয়াৰপৰ্ট আৰু _____________ ।

উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা- মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট।

সত্য/অসত্য-

১। খিতাপ শব্দৰ অৰ্থ হ’ল সন্মান।

উত্তৰঃ সত্য।

২। বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে ‘ন’ ৰোজ উদযাপন কৰে।

উত্তৰঃ সত্য।

৩। বুশ্বেৰৰ বিমান বন্দৰটো বেছি ব্যস্ত।

উত্তৰঃ অসত্য।

৪। ইৰাণীসকলে সুন্দৰ সম্ভাষণেৰে কথা-বতৰা কৰে।

উত্তৰঃ সত্য।

৫। মহাসমুদ্রৰ সিপাৰে’, গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ গোস্বামীদেৱে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰিছিল।

উত্তৰঃ সত্য।

দীঘল প্রশ্ন-উত্তৰ-

১। ইৰাণীসকলৰ আচাৰ-ব্যৱহাৰ কেনেকুৱা?

উত্তৰঃ ইৰাণীসকল যথেষ্ট নম্র আৰু বিনয়ী। তেওঁলোকৰ সম্ভাষণ অত্যন্ত স্নেহময় আৰু কথা- বতৰাবোৰত উচ্চস্বৰ ব্যৱহাৰ নকৰে। ইৰাণীসকলৰ আচাৰ-ব্যৱহাৰ ইৰাণৰ ঐতিহ্যময় সভ্যতাৰ প্ৰতিফলন। সভ্যতাৰ শিখাৰূপে তেওঁলোকৰ ভাষা আৰু আচাৰ সুকীয়া, শান্তিপূর্ণ, আৰু শিষ্টাচাৰ পূৰ্ণ। এই দৃষ্টান্ত ইৰাণী সমাজৰ এক বিশেষ পৰিচয় হিচাপে দেখা যায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top