SEBA Class 10 Assamese Important Chapter 4 মই অসমীয়া Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 4 মই অসমীয়া
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
মই অসমীয়া
Chapter: 4
| IMPORTANT QUESTION AND ANSWER |
১। বিহগ মানে কি?
উত্তৰঃ বিহগ মানে হ’ল- পক্ষী।
২। কোন চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৭৭ চনত অভায়াপুৰী অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভপতিত্ব কৰিছিল।
৩। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা পাইছিল।
৪। বিপৰীত শব্দঃ
চৈতন্য।
জনমভূমি।
জনাকীৰ্ণ।
দুৰ্দন।
দীৰ্ঘম্যাদী।
উত্তৰঃ চৈতন্য – অচৈত্য।
জনমভূমি – বিদেশ।
জনাকীৰ্ণ – জনাশূণ্য।
দুৰ্দন – সজ্জন।
দীৰ্ঘম্যাদী – হ্ৰস্বম্যাদী।
খালী ঠাই পূৰ কৰা-
১। _______________ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত।
উত্তৰঃ কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত।
২। আলোক শব্দৰ অৰ্থ হ’ল-____________।
উত্তৰঃ আলোক শব্দৰ অৰ্থ হ’ল পোহৰ।
৩। চৈয়দ আব্দুল মালিকক ___________ বুলি কোৱা হয়।
উত্তৰঃ চৈয়দ আব্দুল মালিকক গল্পসম্ৰাট বুলি কোৱা হয়।
৪। অসমৰ হেং – দাং জিলিকিল ______________।
উত্তৰঃ অসমৰ হেং – দাং জিলিকিল দূপৰৰ পূৰ্ণ আলোকত।
৫। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু ___________ ব্যৱহাৰ দেখা যায়।
উত্তৰঃ তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়।
সত্য/অসত্য-
১। ‘মই অসমীয়া’ কবিতাৰ কবি চৈয়দ আব্দুল মালিক।
উত্তৰঃ সত্য।
২। হেংদাং আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।
উত্তৰঃ সত্য।
৩। বিহগ শব্দৰ অৰ্থ হ’ল- চৰাই।
উত্তৰঃ সত্য।
৪। হেংদাং হ’ল- আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।
উত্তৰঃ সত্য।
৫। ধোদ মানে অতি শক্তিশালী লোক।
উত্তৰঃ অসত্য।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

