SEBA Class 10 Assamese Important Chapter 2 জিকিৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 2 জিকিৰ Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 2 জিকিৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
জিকিৰ
Chapter: 2
| IMPORTANT QUESTION AND ANSWER |
১। জিকিৰ কাক বোলে?
উত্তৰঃ যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মক মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে-তাকে জিকিৰ বুলি কোৱা হয়।
২। মক্কা কি?
উত্তৰঃ মক্কা হ’ল মুছলমানসকলৰ ধৰ্মস্থান। তেখেতে সকলে বিশ্বাস কৰে যে মক্কা দৰ্শন কৰা জনে বেহেস্তত স্থান পায় আৰু সকলো পাপ নাশ হয়।
৩। আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰি’ গীতটোৰ গুৰুত্ব কি?
উত্তৰঃ আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰি’ৰ মাজেদি সংসাৰ যাত্ৰাৰ সংকেত প্ৰতিফলিত হৈছে। জীৱনৰ প্ৰতিটো খোজতে আমি সচেতনভাৱে খোজ দিব লাগে। মানৱ দেহ ক্ষণস্থায়ী। এই অস্থায়ী দেহক লৈ অহংকাৰ কৰাৰ কাৰণ নাই।
৪। তিৰবেণীৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ তিৰবেণীৰ শব্দৰ অৰ্থ হ’ল-
ত্ৰিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।
৫। আদম শব্দৰ অৰ্থ কি?
উত্তৰঃ আদম শব্দৰ অৰ্থ হ’ল- আদি মানৱ।
খালী ঠাই পূৰ কৰা-
১। আজান ফকীৰে জিকিৰ আৰু __________ গীত ৰচনা কৰিছিল।
উত্তৰঃ আজান ফকিৰে জিকিৰ আৰু জাৰী গীত ৰচনা কৰিছিল।
২। আজান ফকীৰৰ আচল নাম ____________।
উত্তৰঃ আজান ফকীৰৰ আচল নাম হজৰত শ্বাহ মিলন।
৩। ____________ আজান ফকিৰত মৃত্যু হৈছিল।
উত্তৰঃ দিখৌমুখৰ সৰাগুৰি চাপৰিত আজান ফকিৰত মৃত্যু হৈছিল।
৪। জিকিৰ শব্দৰ অৰ্থ হ’ল-______________।
উত্তৰঃ জিকিৰ শব্দৰ অৰ্থ হ’ল- ঘনে ঘনে উচ্চাৰণ কৰা।
৫। জিকিৰ গীতৰ জৰিয়তে ____________ প্রকাশ কৰা হৈছে।
উত্তৰঃ জিকিৰ গীতৰ জৰিয়তে আল্লাৰ মাহাত্ম্যও প্রকাশ কৰা হৈছে।
সত্য/অসত্য-
১। গংগা যমুনা আৰু সৰস্বতীৰ সংগম স্থলক তিৰ্ বেণী বা ত্ৰিবেণী বুলি কোৱা হয়।
উত্তৰঃ সত্য।
২। কুটুব শব্দৰ অৰ্থ হৈছে- ধ্রুৱ নক্ষত্র।
উত্তৰঃ সত্য।
৩। ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকিৰ অন্যতম।
উত্তৰঃ সত্য।
৪। আহোম ৰজা গদাধৰ সিংহই তেওঁক মাটি-বাৰী দিয়া নাছিল।
উত্তৰঃ অসত্য।
৫। জিকিৰ কবিতাৰ কবি আজান ফকিৰ।
উত্তৰঃ সত্য।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

