SEBA Class 10 Assamese Important Chapter 1 বৰগীত Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 1 বৰগীত Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 1 বৰগীত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
বৰগীত
Chapter: 1
| IMPORTANT QUESTION AND ANSWER |
১। বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
২। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- ‘নামঘোষা’।
৩। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
নপাৱন্ত, তুমিসে, কহয়।
উত্তৰঃ নপাৱন্ত – নোৱাৰে।
ভৈলােহাে – হ’লো।
তুমিসে – তুমিহে।
কহয় – কয়।
৪। শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ‘বাৰকুৰি’ বৰগীত ৰচনা কৰিছিল।
খালী ঠাই পূৰ কৰা-
১। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ __________ ভাষা।
উত্তৰঃ ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্রিম সাহিত্যিক ভাষা।
২। ব্ৰজাৱলী ভাষাৰ মূল ভেটি __________।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী।
৩। হৰিৰ চৰণযুগল হ’ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ’ল ___________।
উত্তৰঃ হৰিৰ চৰণযুগল হ’ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ’ল জীৱন স্বৰূপ।
৪। বৰগীত ____________ ৰাগত বন্ধা হৈছে।
উত্তৰঃ বৰগীত বসন্ত ৰাগত বন্ধা হৈছে।
৫। বৰগীতৰ ভাষা ____________।
উত্তৰঃ বৰগীতৰ ভাষা ব্ৰজাৱলী।
সত্য/অসত্য-
১। বৰগীতত শ্ৰীহৰিৰ বাৎসল্য ভাৱৰ প্রকাশ কৰা হৈছে।
উত্তৰঃ সত্য।
২। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
উত্তৰঃ সত্য।
৩। বৰগীতটি কৌ ৰাগত বন্ধা হৈছে।
উত্তৰঃ অসত্য।
৪। মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১-টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।
উত্তৰঃ সত্য।
৫। বৰ্তমান শংকৰদেৱৰ বিৰচিত একুৰি চৈধ্যটা বৰগীত পোৱা যায়।
উত্তৰঃ সত্য।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

