🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter Seeking Payment Against The Policy Holder’s Accidental Death | দুৰ্গটনাত মৃত্যু হোৱা ব্যক্তিৰ বীমাকৃত ধনৰাশি বিচাৰি কৰা আবেদন পত্ৰ

দুৰ্গটনাত মৃত্যু হোৱা ব্যক্তিৰ বীমাকৃত ধনৰাশি বিচাৰি কৰা আবেদন পত্ৰ।

প্ৰতি,                              

শাখা প্ৰৱন্ধক মহোদয়,

জীৱন বীমা নিগম লিমিটেড,

ফাচী বজাৰ গুৱাহাটী।

তাৰিখ: ০২/১২/১২

বিষয়: দুৰ্গটনাত মৃত্যু হোৱা ব্যক্তিৰ বীমাকৃত ধনৰাশি বিচাৰি কৰা আবেদন পত্ৰ।

মহাশয়,

অধীনৰ বিনীত নিবেদন এই যে মোৰ স্বামী শ্ৰীনন্দ দুলাল উপাধ্যায়ৰ যোৱা ২০ নবেম্বৰত মটৰ দুৰ্গটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ ৪৮০০০৫৬৭৮ নম্বৰৰ জীৱন বীমা পলিচীখন এৰি গৈছে। উক্ত পলিচিখনৰ ধনৰাশি সমুদায় মোক আদায় দিবলৈ এই পত্ৰৰ দ্বাৰা আবেদন জনালোঁ যিহেতু মই তেওঁৰ স্ত্ৰী হোৱাৰ উপৰিও উক্ত পলিচীখনৰো মই ‘নমিনী’।

ধন্যবাদ

ইতি,

আপোনাৰ বিশ্বাসী,

শ্ৰীমতী ছবি উপাধ্যায়

নন্দ দুলাল উপাধ্যায়ৰ বিধৱা পত্নী

নেপালী বস্তি, নুনমাটি, গুৱাহাটী।

Letter Seeking Payment Against The Policy Holder’s Accidental Death.

To,                              

The Branch Manager,

Life Corporation of India Ltd

Fancy Bazar, Guwahati

Date: 02/12/2012

Sub: Letter seeking payment against the policy holder’s accidental death.

Sir,

I beg to state that my husband Shri Nanda Dulal Upadhyaya died on 20.11.12 due to a motor accident. At the time of death, my husband left an LIC policy bearing No. 480005678.

Therefore, as per rule, I request you kindly to pay the entire insured amount to me at an early date and oblige. I am his wife as well as the nominee of the said policy.

Thanks.

Yours faithfully,

Shrimati Chhabi Uppadhyaya

Widow of the

Late Nanda Dulal Upadhyaya

Nepali Basti, Noonmati, Guwahati

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top