🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter to LIC on Maturity of L.I.C. | জীৱন বীমা পলিচীৰ ম্যাদ পূৰ্ণ হোৱাত পাব লগীয়া ধনৰাশি বিচাৰি লিখা আবেদন পত্ৰ

জীৱন বীমা পলিচীৰ ম্যাদ পূৰ্ণ হোৱাত পাব লগীয়া ধনৰাশি বিচাৰি লিখা আবেদন পত্ৰ।

প্ৰতি,                               

আঞ্চলিক শাখা প্ৰবন্ধক,

ভাৰতীয় জীৱন বীমা নিগম,

গুৱাহাটী ১ নং শাখা, পাণবজাৰ, গুৱাহাটী।

তাৰিখ: ০১/১২/১২

বিষয়: জীৱন বীমা পলিচীৰ ম্যাদ পূৰ্ণ হোৱাত পাব লগীয়া ধনৰাশি বিচাৰি লিখা আবেদন পত্ৰ।

মহাশয়,

সন্মানপূৰ্বক নিবেদন এই যে মোৰ ৪৮০০০৩৪৫৬৭ নং পলিচিখনৰ ম্যাদ ইতিমধ্যে ৩০/১১/১২ তাৰিখে পূৰ্ণ হৈছে। গতিকে পলিচিখনৰ বিপৰীতে জমা হোৱা ধনৰাশি বোনাছ আদিৰ সৈতে মিলি কিমান হৈছে সেয়া হিচাব কৰি সমুদায় টকা মোক চ্যেক যোগে আদায় দিবলৈ এই পত্ৰৰ দ্বাৰাই আবেদন জনালোঁ। আপোনাৰ সুবিধাৰ্থে মোৰ উক্ত নম্বৰৰ পলিচীখন ইয়াৰ লগতে পঠিয়াই দিলোঁ। আশাকৰোঁ কামটো যথাসম্ভৱ সোনকালে কৰি মোক বাধিত কৰিব।

ধন্যবাদেৰে

ইতি,

আপোনাৰ বিশ্বাসী,

নীলাম্বৰ সৎপঠী, হৰিসভা, গুৱাহাটী- ১

Letter to LIC on Maturity of L.I.C.

To,                              

The Zonal Manager,

Life Corporation of India Ltd.

Guwahati Branch – 1

Panbazar, Guwahati – 1

Date: 01/12/2012

Sub: Letter to LIC on Maturity of L.I.C.

Sir,

With due respect, I would like to state that my LIC Policy No. 4800034567 has become matured on 30.11.12. Therefore, I request you kindly make payment of the total amount of rupees along with bonus money against my matured policy through a crossed cheque. I am sending the said policy for your perusal along with this application.

I hope the necessary formalities will be completed within time and oblige.

Thanks.

Yours faithfully,

Neelambar Satpathy

Hari Sabha, Guwahati – 1

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top