🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Application to Surrender LIC Policy Before Maturity | ম্যাদ উকলাৰ আগেয়ে পলিচী চাৰেণ্ডাৰ কৰাৰ বাবে কৰা আবেদন পত্ৰ

ম্যাদ উকলাৰ আগেয়ে পলিচী চাৰেণ্ডাৰ কৰাৰ বাবে কৰা আবেদন পত্ৰ।

প্ৰতি,                               

শাখা প্ৰৱন্ধক মহোদয়,

জীৱন বীমা নিগম লিমিটেড,

পানীগাও, নগাঁও (অসম)।

তাৰিখ: ০৪/০৮/১২

বিষয়: ম্যাদ উকলাৰ আগেয়ে পলিচী চাৰেণ্ডাৰ কৰাৰ বাবে কৰা আবেদন পত্ৰ।

মহাশয়,

অধীনৰ বিনীত নিবেদন এই যে মই আজি দুবছৰ ধৰি নিবনুৱা হৈ বহি আছোঁ। মোৰ আগৰ চাকৰিটো যোৱাত মই আন এটা চাকৰি বিচাৰি ফুৰিছো যদিও চাকৰি এটা যোগাৰ কৰিব পৰা নাই। এনে অৱস্থাত জীৱন বীমাকৃত প্ৰিমিয়ামৰ ধন পৰিশোধ কৰা মোৰ পক্ষে সম্ভৱপৰ নহয়। গতিকে আপোনাৰ ওচৰত মোৰ অনুৰোধ যাতে মোৰ ৪৮০০০৫৬৭৮ নং জীৱন বীমা পলিচিখন বন্ধ কৰি তাৰ চাৰেণ্ডাৰ মূল্য হিচাবে পাবলগীয়া টকাখিনি মোক আদায় দিয়ে।

ইতি,

আপোনাৰ বিশ্বাসী,

দেৱব্ৰত বৰগোহাঞি, পানীগাও, নগাঁও (অসম)

Application to Surrender LIC Policy Before Maturity.

To,                             

The Branch Manager,

Life Corporation of India Ltd.

Panigaon, Nagaon (Assam)

Date: 02/12/2012

Sub: Application to Surrender LIC Policy Before Maturity.

Sir,

This is to inform you that I have been sitting unemployed at home for the last two years. I am looking for a job desperately after I lost the previous job. But till now I have not got any job as yet.

Under such circumstances, therefore, it is beyond my capacity to pay the monthly premiums of my LIC Policy. As such I request you to kindly stop my policy bearing No. is 480005678 further as I am surrendering it forthrightly. I further request you to kindly make payment of the dues thus accrued against my said surrendered policy and oblige.

Thanks.

Yours faithfully,

Debabrata Borgohain

Panigaon, Nagaon (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top