মহকুমা বিষয়ালৈ আইন-শৃংখলা অৱনতিৰ সন্দৰ্ভত লিখা পত্ৰ।
মাননীয়
মহকুমাধিপতি (এচ.ডি.অ)
ৰঙিয়া মহকুমা সমীপেষু,
পো: অ: ৰঙিয়া
জিলা: কামৰূপ (গ্ৰাম্য)
তাৰিখ: ২৫/১১/২০১০
বিষয়: মহকুমা বিষয়ালৈ আইন-শৃংখলা অৱনতিৰ সন্দৰ্ভত লিখা পত্ৰ।
মহাশয়/ মহাশয়া,
সন্মান পূৰ্বক নিবেদন এই যে আমি ৰঙিয়া মহকুমাৰ অন্তৰ্গত বনগাৱৰ স্থানীয় বাসিন্দা। আজি সুদীৰ্ঘদিন ধৰি আমি এই গাৱত বাস কৰি আহিছো বিশেষ কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল। কিন্তু আজি কিছুদিনৰ পৰা আমাৰ গাৱত সঘনে চুৰি, ডকাইতিৰ ঘটনা হৈ আছে যাৰ বাবে গাঁৱৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হৈছে। এই বিষয়ে ৰঙিয়া থানাত এজাহাৰ দিয়া হৈছে যদিও বিশেষ ফল ধৰা নাই।
গতিকে উপায়হীন হৈ আমি আপোনাৰ ওচৰ চাপিছো যাতে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে আপুনি আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমাক প্ৰদান কৰিব।
আশা কৰোঁ আপোনাৰ সহযোগিতা আৰু সমানুভূতি আমি পাম।
ইতি…….
আপোনাৰ বিশ্বাসী,
শ্ৰীৰবীন কলিতা
শ্ৰীচন্দ্ৰকান্ত দাস
শ্ৰীঅমল বৰুৱা ইত্যাদি
A Letter to The SDO For Deterioration of Law And Order.
To,
The S.D.O.
Rangiya Sub – Division
P.O. – Rangiya
District – Kamrup (Rural)
Date: 25/11/2010
Subject: A Letter to The SDO For Deterioration of Law And Order.
Respected Sir/ Madam,
With due respect we would like to state that we live in Bongaon village under Rangia Sub-division. We have been living in the village for long but we did not witness any untoward incident. But of late the incidents of theft and robbery have been taking place quiet frequently endangering life and property of the villagers. We have lodged complaints and FIR at the Rangia Police Station but without any results.
Therefore, we are praying you to do the needful to ensure our life and property by taking stringent measures immediately to curb such incidents.
We hope, you extend cooperation and sympathy for the good of the villagers.
Thanking you,
Yours faithfully,
1. Shri Robin Kalita
2. Shri Chandrakanta Das
3. Shri Amal Barua and others
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.