🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

ব্লক ডেভলপমেণ্ট বিষয়ালৈ সাহায্য বিতৰণৰ বাবে লিখা পত্ৰ | A Letter to The BDO For Distribution of Relief Materials

ব্লক ডেভলপমেণ্ট বিষয়ালৈ সাহায্য বিতৰণৰ বাবে লিখা পত্ৰ।

মাননীয়

ব্লক ডেভেলপমেন্ট অফিচাৰ (বি.ডি.অ) সমীপেষু

ব্লক: চন্দ্ৰপুৰ,

পোষ্ট অফিচ: চন্দ্ৰপুৰ,

জিলা: কামৰূপ (মেট্ৰ’)

তাৰিখ……………..

বিষয়: ব্লক ডেভলপমেণ্ট বিষয়ালৈ সাহায্য বিতৰণৰ বাবে লিখা পত্ৰ।

মাননীয় মহাশয়,

সন্মান পূৰ্বক আপোনাক জনোৱা হয় যে আমি চন্দ্ৰপুৰ ব্লকৰ অন্তৰ্গত হাতীশিলা, বুঢ়া চাপৰি, নেপালী গাওঁ আৰু সেন্দুৰী নগৰৰ স্থানীয় বাসিন্দা। মহোদয়, যোৱা সপ্তাহত পাৰ হৈ যোৱা প্ৰবল ধুমুহা আৰু ঘূৰ্ণী বতাহত আমাৰ এই অঞ্চল বৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলৰ বেছিভাগ বাসিন্দাৰে বৰ্তমান থাকিবলৈ ঘৰ-বাৰী নোহোৱা হৈছে, যাৰবাবে অস্থায়ীভাৱে স্থানীয় চন্দ্ৰপুৰ হাইস্কুলত আশ্ৰয় ল’বলগীয়া হৈছে। গতিকে আপোনাৰ ওচৰত আমাৰ এয়ে প্ৰাৰ্থনা যেন ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক উপযুক্ত পৰিমাণে ৰিলিফ সামগ্ৰী আৱণ্টন দি বাধিত কৰে।

ইতি

আপোনাৰ বিশ্বাসী,

স্থান: চন্দ্ৰপুৰ    

1. শ্ৰীবিচিত্ৰ মণ্ডল,

2. শ্ৰী গোবিন্দ কৰ্মকাৰ আৰু বহুতো

                 

A letter to the BDO for distribution of relief materials.

To,

The Honourable B.D.O.

Block – Chandrapur

P.O. – Chandrapur

District – Kamrup (Metro)

Date_________

Subject: A letter to the BDO for distribution of relief materials.

Dear Sir,

With due respect, we would like to state that we are the local inhabitants of Hatishila, Burha Chapari, Nepali Gaon, and Senduri Nagar villages under Chandrapur Block. That sir, as a result of last week’s storm and cyclone, the people of these villages suffered badly as the storm devastated their dwelling houses completely. They have become homeless and so they have taken shelter in the local Chandrapur High School temporarily.

Therefore, sir, we request you kindly distribute relief materials to the affected villagers immediately and also we pray for sufficient relief measures.

Yours faithfully,

___________

Place: Chandrapur

1. Shri Bichitra Mandal

2. Gobinda Karmakar and others

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top