Application to Change The Scheme of Mobile Phone | মোবাইল ফোনৰ ক্সীম পৰিৱৰ্তনৰ কাৰণে আবেদন

Application to change the scheme of mobile phone.

Join Telegram channel

To

The Area Manager

Reliance Infocomm

Guwahati Zone

Date________

Sub: Application to change the scheme of mobile phone.

Sir,

I beg most respectfully to state that I have been a consumer of your company under the Post paid scheme since 5th February, 2004. But facing a few problems I would like to switch over to your prepaid scheme with cash card facility. Hope you will kindly help me accelerating the procedure as soon as possible.

Thank you.               

Yours faithfully

_____________

মোবাইল ফোনৰ ক্সীম পৰিৱৰ্তনৰ কাৰণে আবেদন।

প্ৰতি,

এৰিয়া মেনেজাৰ,

ৰিলায়েঞ্চ ইনফোকম

গুৱাহাটী জোন

তাৰিখ……………

বিষয়: মোবাইল ফোনৰ ক্সীম পৰিৱৰ্তনৰ কাৰণে আবেদন।

মহাশয়,

যথাযোগ্য সন্মানেৰে সৈতে জনাব বিচাৰো যে যোৱা ৫ ফেব্ৰুৱাৰী ২০০৪ৰ পৰা মই আপোনাৰ কোম্পানীৰ পোষ্টপেইড ক্সীমৰ এজন গ্ৰাহক। কিন্তু ব্যক্তিগত অসুবিধাৰ কাৰণে বৰ্তমান মই প্ৰিপেইড ক্সীমৰ(কেছ কাৰ্ড সহ) গ্ৰাহক হ’ব বিচাৰো। আশাকৰো আপুনি যিমান সোনকালে সম্ভৱ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি মোক সহায় কৰিব।

ধন্যবাদ।                            

আপোনাৰ বিশ্বাসী

………………………

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top