A Letter to The Hospital Superintendent of GMC Hospital Informing About The Pitiful Conditions of The Wards And Other Drawbacks And Lack of Facilities | স্বাস্থ্য অধিকৰ্তা (চীফ মেডিকেল অফিচাৰ) লৈ হস্পিটেলৰ দুৰৱস্থাৰ কথা জনাই লিখা পত্ৰ

A Letter to The Hospital Superintendent of GMC Hospital Informing About The Pitiful Conditions of The Wards And Other Drawbacks And Lack of Facilities.

To,

The Superintendent,

Gauhati Medical College Hospital,

Bhangagarh, Guwahati

Date: 28/11/2010

Subject: Dirty hospital wards and lack of facilities.

Respected Sir,

With due respect, we would like to state for your information that hundreds of patients come to Gauhati Medical College Hospital with the hope of getting good treatment. But of late the condition of the hospital has so deteriorated that it lacks many essential facilities, cleanliness, and a neat and clean atmosphere in the hospital wards. Even the services of the nurses and the ward boys are not satisfactory. The wards and the toilets are very dirty and stinking. It is not safe to keep patients in such a dirty environment.

Therefore, you are informed and urged to kindly do the needful so that the patients and the attendants get some relief during their stay at the hospital. This is a fervent request to your honor.

Thanking you,

Place: Guwahati

Yours faithfully,

1. Shri Harichandra Das

2. Shri Gunadhar Deka

3. Shri Ramen Barua

স্বাস্থ্য অধিকৰ্তা (চীফ মেডিকেল অফিচাৰ) লৈ হস্পিটেলৰ দুৰৱস্থাৰ কথা জনাই লিখা পত্ৰ। 

মাননীয়

চুপাৰিণটেনডেণ্ট সমীপেষু,

চিকিৎসা মহাবিদ্যালয় হস্পিটেল,

গুৱাহাটী। সমীপেষু

তাৰিখ: ২৮/১১/২০১০

বিষয়: হস্পিটেল ৱাৰ্ডত সু – চিকিৎসা, চাফ – চিকুণৰ অভাৱ।

মহাশয়,

সন্মান পূৰ্বক ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত সু-চিকিৎসা বিচাৰি দূৰ দূৰণিৰ পৰা ৰোগী আহে। কিন্তু হস্পিটেল এখনত যি সা-সুবিধা, চাফ-চিকুণ, পৰিপাটি আশা কৰা যায় তাৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়। আনকি কৰ্মৰত নাৰ্চ, ৱাৰ্ডবয় আদিৰ সেৱাও সন্তোষজনক নহয়। ৱাৰ্ডবোৰ, বাথৰুম আদিত পৰিষ্কাৰৰ অভাৱ। এনে লেতেৰা পৰিবেশত ৰোগীক ৰখাটো মুঠেই নিৰাপদ নহয়। 

গতিকে আপোনাক জনাব খোজো যে আপুনি অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা কৰি ৰোগী আৰু অভিভাৱকক সকাহ প্ৰদান কৰিব। এয়ে আপোনাৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা।

স্থান: গুৱাহাটী

ইতি

আপোনাৰ বিশ্বাসী, 

শ্ৰীহৰিচন্দ্ৰ দাস,

শ্ৰীগুণধৰ ডেকা, 

শ্ৰীৰমেন বৰুৱা

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top