Class 8 Social Science MCQ Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.
Class 8 Social Science MCQ Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.
ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
Chapter – 8
PART – I: GEOGRAPHY
| MCQ |
১। যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাক কি বুলি কোৱা হয়?
(ক) আৰ্হি চিত্ৰ।
(খ) মানচিত্ৰ অংকন।
(গ) মানচিত্ৰ বিদ্যা স্কেল বা মাপনী।
(ঘ) দূৰ সংবেদন।
উত্তৰঃ (গ) মানচিত্ৰ বিদ্যা স্কেল বা মাপনী।
২। মানচিত্ৰ অংকনৰ ক্ষেত্ৰত স্কেল অপৰিহাৰ্য স্কেল নথকা চিত্ৰক মানচিত্ৰ নুবুলিক কি বুলি কোৱা হয়?
(ক) দূৰ সংবেদন।
(খ) মানচিত্ৰ বিদ্যা স্কেল বা মাপনী।
(গ) মানচিত্ৰ অংকন।
(ঘ) আৰ্হি চিত্ৰ।
উত্তৰঃ (ঘ) আৰ্হি চিত্ৰ।
৩। মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেই প্ৰকাৰৰ?
(ক) দুই প্ৰকাৰৰ।
(খ) চাৰি প্ৰকাৰৰ।
(গ) তিনি প্ৰকাৰৰ।
(ঘ) ছয় প্ৰকাৰৰ।
উত্তৰঃ (গ) তিনি প্ৰকাৰৰ।
৪। কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আতঁৰৰপৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা প্ৰযুক্তি কৌশলক কি বুলি কোৱা হয়?
(ক) মানচিত্ৰ অংকন।
(খ) দূৰ সংবেদন।
(গ) আৰ্হি চিত্ৰ।
(ঘ) মানচিত্ৰ বিদ্যা স্কেল বা মাপনী।
উত্তৰঃ (খ) দূৰ সংবেদন।
৫। যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাক কি বুলি কোৱা হয়?
(ক) দূৰ সংবেদন।
(খ) আৰ্হি চিত্ৰ।
(গ) ভৌগোলিক তথ্য ব্যৱস্থা।
(ঘ) মানচিত্ৰ অংকন।
উত্তৰঃ (গ) ভৌগোলিক তথ্য ব্যৱস্থা।
৬। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে কিমান খ্ৰীষ্টপূৰ্বত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল?
(ক) খ্ৰীষ্টপূৰ্ব ৬৭-১৫৩
(খ) খ্ৰীষ্টপূৰ্ব ৯০-১৬৮
(গ) খ্ৰীষ্টপূৰ্ব ৫৬-১০৮
(ঘ) খ্ৰীষ্টপূৰ্ব ৬১-১৮৩
উত্তৰঃ (খ) খ্ৰীষ্টপূৰ্ব ৯০-১৬৮
৭। ভাৰতত খ্ৰীষ্টপূৰ্ব কিমান চনৰপৰা মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায়?
(ক) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা।
(খ) খ্ৰীষ্টপূৰ্ব ২৮৫৯ চনৰপৰা।
(গ) খ্ৰীষ্টপূৰ্ব ২৯৮০ চনৰপৰা।
(ঘ) খ্ৰীষ্টপূৰ্ব ২৭০০ চনৰপৰা।
উত্তৰঃ (ক) খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰপৰা।
৮। চাৰ্ভে অব্ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
(ক) ১৯৭৫ চনত।
(খ) ১৭৬৭ চনত।
(গ) ১৯৭২ চনত।
(ঘ) ১৯৭৯ চনত।
উত্তৰঃ (ক) ১৯৭৫ চনত।
৯। কিমান শতিকাত জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল?
(ক) ১৮ শতিকাত।
(খ) ২০ শতিকাত।
(গ) ১৯ শতিকাত।
(ঘ) ২১ শতিকাত।
উত্তৰঃ (গ) ১৯ শতিকাত।
১০। স্থানিক তথ্য প্ৰযুক্তি বুলিলে সাধাৰণতে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা এই তিনিটা পদ্ধতিক কি বুলি কোৱা হয়?
(ক) ভৌগোলিক তথ্য।
(খ) স্থানিক তথ্য।
(গ) সংবেদন মানচিত্ৰ।
(ঘ) আৰ্হি চিত্ৰ।
উত্তৰঃ (খ) স্থানিক তথ্য।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

