🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 25 আমাৰ মৌলিক কৰ্তব্য

Class 8 Social Science MCQ Chapter 25 আমাৰ মৌলিক কৰ্তব্য Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 25 আমাৰ মৌলিক কৰ্তব্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

আমাৰ মৌলিক কৰ্তব্য

Chapter – 25

PART – III: POLITICAL SCIENCE

MCQ

১। কিমান চনত সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিব লগা দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে?

(ক) ১৮৮৫ চনত।

(খ) ১৯৭৬ চনত।

(গ) ১৫৫৩ চনত।

(ঘ) ১৮৮২ চনত।

উত্তৰঃ (খ) ১৯৭৬ চনত।

২। কিমান চনত সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে?

(ক) ২০০২ চনত।

(খ) ২০০৮ চনত।

(গ) ২০০১ চনত।

(ঘ) ২০০৫ চনত।

উত্তৰঃ (ক) ২০০২ চনত।

৩। বৰ্তমান নাগৰিকে পালন কৰিব লগা কৰ্তব্য কেইটা?

(ক) ১৯ টা।

(খ) ১১ টা।

(গ) ১৫ টা।

(ঘ) ২০ টা।

উত্তৰঃ (খ) ১১ টা।

৪। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে কিমান সময়ৰ ভিতৰত শেষ কৰিব লাগে?

(ক) ৬৩ ছেকেণ্ডৰ।

(খ) ২৯ ছেকেণ্ডৰ।

(গ) ১৫ ছেকেণ্ডৰ।

(ঘ) ৫২ ছেকেণ্ডৰ।

উত্তৰঃ (ঘ) ৫২ ছেকেণ্ডৰ।

৫। কিমান চনত ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায়?

(ক) ১৮৮২ চনত।

(খ) ১৯৪৭ চনত।

(গ) ১২২৫ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (খ) ১৯৪৭ চনত।

৬। কিমান নং অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়?

(ক) ৩:২ নং।

(খ) ৪:৮ নং।

(গ) ৯:০ নং।

(ঘ) ৫:৯ নং।

উত্তৰঃ (ক) ৩:২ নং।

৭। সাৰনাথৰ অশোক স্তম্ভৰ পৰা কেইটা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে?

(ক) ১২ টা।

(খ) ২৪ টা।

(গ) ২৫ টা।

(ঘ) ১৮ টা।

উত্তৰঃ (খ) ২৪ টা।

৮। কিমান তম কৰ্তব্যৰ যোগেদি ৬-১৪ বছৰৰ শিশুক পিতৃ-মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিছে?

(ক) ১৫ তম।

(খ) ১১ তম।

(গ) ২০ তম।

(ঘ) ৩০ তম।

উত্তৰঃ (খ) ১১ তম।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top