Class 8 Social Science MCQ Chapter 24 মৌলিক অধিকাৰ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 24 মৌলিক অধিকাৰ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.
Class 8 Social Science MCQ Chapter 24 মৌলিক অধিকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.
মৌলিক অধিকাৰ
Chapter – 24
PART – III: POLITICAL SCIENCE
MCQ |
১। মৌলিক অধিকাৰসমূহ কেই প্রকাৰৰ আছে?
(ক) ৬ প্ৰকাৰৰ।
(খ) ৯ প্ৰকাৰৰ।
(গ) ১৮ প্ৰকাৰৰ।
(ঘ) ৩ প্ৰকাৰৰ।
উত্তৰঃ (ক) ৬ প্ৰকাৰৰ।
২। সংবিধানৰ কিমান তম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো বিলোপ কৰা হৈছে?
(ক) ৭৮ তম।
(খ) ২৬ তম।
(গ) ৪৪ তম।
(ঘ) ৬৮ তম।
উত্তৰঃ (গ) ৪৪ তম।
৩। বৰ্তমান আমাৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে?
(ক) প্ৰথম অধ্যায়ত।
(খ) দশম অধ্যায়ত।
(গ) তৃতীয় অধ্যায়ত।
(ঘ) চতুৰ্থ অধ্যায়ত।
উত্তৰঃ (গ) তৃতীয় অধ্যায়ত।
৪। সংবিধানৰ কিমান নং অনুচ্ছেদত সমতৰ অধিকাৰ প্ৰদান কৰা হৈছে?
(ক) ১৯ নং অনুচ্ছেদৰ পৰা ১৬ নং অনুচ্ছেদ।
(খ) ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদ।
(গ) ২০ নং অনুচ্ছেদৰ পৰা ২৯ নং অনুচ্ছেদ।
(ঘ) ২৫ নং অনুচ্ছেদৰ পৰা ২১ নং অনুচ্ছেদ।
উত্তৰঃ (খ) ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদ।
৫। সংবিধানৰ কিমান নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে?
(ক) ২৫ নং অনুচ্ছেদৰ পৰা ২১ নং অনুচ্ছেদত।
(খ) ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদ।
(গ) ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদত।
(ঘ) ১০ নং অনুচ্ছেদৰ পৰা ৬ নং অনুচ্ছেদত।
উত্তৰঃ (গ) ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদত।
৬। শিক্ষাৰ অধিকাৰ আইন কিমান চনত নিশ্চিতকৰণ কৰা হয়?
(ক) ২০০১ চনত।
(খ) ২০০৫ চনত।
(গ) ২০০৪ চনত।
(ঘ) ২০০৯ চনত।
উত্তৰঃ (ঘ) ২০০৯ চনত।
৭। কিমান চনত চৰকাৰে শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰা হৈছিল?
(ক) ২০০৬ চনত।
(খ) ২০১৯ চনত।
(গ) ২০১৫ চনত।
(ঘ) ২০০৮ চনত।
উত্তৰঃ (ক) ২০০৬ চনত।
৮। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান শিশুক কামত নিয়োজত কৰা হৈছিল?
(ক) ৯৬ নিযুত।
(খ) ৫৪ নিযুত।
(গ) ১২ নিযুত।
(ঘ) ১৯ নিযুত।
উত্তৰঃ (গ) ১২ নিযুত।
৯। যৌন অপৰাধ আইন কিমান চনত বলবৎ কৰা হৈছিল?
(ক) ২০১৯ চনত।
(খ) ২০১২ চনত।
(গ) ২০২০ চনত।
(ঘ) ২০০৫ চনত।
উত্তৰঃ (খ) ২০১২ চনত।
১০। সংবিধানে কিমান নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে?
(ক) ২৯ নং আৰু ৩০ নং অনুচ্ছেদত।
(খ) ৩৮ নং আৰু ৩১ নং অনুচ্ছেদত।
(গ) ১৬ নং আৰু ১০ নং অনুচ্ছেদত।
(ঘ) ৫ নং আৰু ১৭ নং অনুচ্ছেদত।
উত্তৰঃ (ক) ২৯ নং আৰু ৩০ নং অনুচ্ছেদত।
১১। সংবিধানে কিমান নং অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে?
(ক) ২৮ নং ৰ পৰা ৫২ নং অনুচ্ছেদত।
(খ) ৩২ নং ৰ পৰা ৩৫ নং অনুচ্ছেদত।
(গ) ২৯ নং ৰ পৰা ৭ নং অনুচ্ছেদত।
(ঘ) ৪ নং ৰ পৰা ১৯ নং অনুচ্ছেদত।
উত্তৰঃ (খ) ৩২ নং ৰ পৰা ৩৫ নং অনুচ্ছেদত।
১২। ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?
(ক) দয়ানন্দ সৰস্বতী।
(খ) স্বামী বিবেকানন্দ।
(গ) ড° বি.আৰ আম্বেদকাৰ।
(ঘ) পিয়লি ফুকন।
উত্তৰঃ (গ) ড° বি.আৰ আম্বেদকাৰ।
১৩। মৌলিক অধিকাৰ কেই প্ৰকাৰৰ?
(ক) চাৰি প্ৰকাৰৰ।
(খ) দুই প্ৰকাৰৰ।
(গ) ছয় প্ৰকাৰৰ।
(ঘ) তিনি প্ৰকাৰৰ।
উত্তৰঃ (খ) দুই প্ৰকাৰৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.