🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ

Class 8 Social Science MCQ Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 11 মধ্যযুগৰ অসমীয়া সমাজ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

মধ্যযুগৰ অসমীয়া সমাজ

Chapter – 11

PART – II: HISTORY

MCQ

১। মধ্যযুগ বুলিলে কোনটো সময়ক বুজোঁৱা হয়?

(ক) প্ৰথমদশ শতিকাৰ পৰা ১৯ শতিকাৰ আগভাগলৈ।

(খ) ত্ৰয়োদশ শতিকাৰ পৰা ১৯ শতিকাৰ আগভাগলৈ।

(গ) চতুৰ্থদশ শতিকাৰ পৰা ১২ শতিকাৰ আগভাগলৈ।

(ঘ) চতুৰ্থদশ শতিকাৰ পৰা ২২ শতিকাৰ আগভাগলৈ।

উত্তৰঃ (খ) ত্ৰয়োদশ শতিকাৰ পৰা ১৯ শতিকাৰ আগভাগলৈ।

২। আহোমসকলৰ ৰাজ্য কিমানজন মন্ত্ৰীৰ পৰামৰ্শৰ মতে পৰিচালনা কৰিছিল?

(ক) সাতজন।

(খ) দুজন।

(গ) তিনিজন।

(ঘ) সাতজন।

উত্তৰঃ (গ) তিনিজন।

৩। ১৫ বছৰৰপৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক একো একোজন কি বুলি কোৱা হয়?

(ক) পাইক প্ৰথা।

(খ) খেল ব্যৱস্থা।

(গ) পচা প্ৰথা।

(ঘ) গোট।

উত্তৰঃ (ক) পাইক প্ৰথা।

৪। ৩ বা ৪ জন পাইক মিলি একোটা কি হয়?

(ক) পচা প্ৰথা।

(খ) গোট।

(গ) পাইক প্ৰথা।

(ঘ) খেল ব্যৱস্থা।

উত্তৰঃ (খ) গোট।

৫। দক্ষিণ ফালৰ নগাবোৰৰ ক্ষেত্ৰতো আহোমসকলে অনুৰূপ ব্যৱস্থা লৈছিল নগাবোৰক দান কৰা মাটিক কি বুলি কোৱা হয়?

(ক) মনচবদাৰী।

(খ) গোট।

(গ) পচা প্ৰথা।

(ঘ) নগাঘাট।

উত্তৰঃ (ঘ) নগাঘাট।

৬। মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল?

(ক) কৃষি।

(খ) ব্যৱসায়।

(গ) চাকৰি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কৃষি।

৭। পানীৰ উহ্ বিচাৰি খান্দি তাত নাদ বহুৱাই, নাদত ৰ’হ (পাৰা) ঢালি পানী ফট্ফটীয়াকৈ ৰখা পুখুৰীবোৰকে ৰ’হঢলাক কি বুলি কোৱা হয়?

(ক) পুখুৰী।

(খ) গোট।

(গ) পাইক প্ৰথা।

(ঘ) ব্যাকৰণ।

উত্তৰঃ (ক) পুখুৰী।

৮। শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি কি ধৰ্ম প্ৰচাৰ কৰিছিল?

(ক) বৈষ্ণৱ ধৰ্ম।

(খ) জৈন ধৰ্ম।

(গ) হিন্দু ধৰ্ম।

(ঘ) খ্ৰীষ্টান ধৰ্ম।

উত্তৰঃ (ক) বৈষ্ণৱ ধৰ্ম।

৯। ভাৰতৰ প্ৰথম গদ্য সাহিত্যক ৰচক কোন আছিল?

(ক) ভট্টদেৱ।

(খ) অনন্ত কন্দলী।

(গ) ৰাম সৰস্বতী।

(ঘ) ৰামচৰণ ঠাকুৰ।

উত্তৰঃ (ক) ভট্টদেৱ।

১০। মথাউৰি নিৰ্মাণ আৰু জান-জুৰিত বান্ধ দি খেতি পথাৰত পানী যোগান ধৰা পদ্ধতি কোনটো যুগত প্ৰচলিত আছিল?

(ক) প্ৰাগঐতিহাসিক যুগ।

(খ) মধ্যযুগ।

(গ) প্ৰত্নপ্ৰস্তৰ যুগ।

(ঘ) নৱপ্ৰস্তৰ যুগ।

উত্তৰঃ (খ) মধ্যযুগ।

১১। দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে?

(ক) মিচিং।

(খ) নেপালী।

(গ) বড়ো।

(ঘ) অসমীয়া।

উত্তৰঃ (গ) বড়ো।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top