🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 10 মধ্যযুগৰ অসম

Class 8 Social Science MCQ Chapter 10 মধ্যযুগৰ অসম Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 10 মধ্যযুগৰ অসম Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 10 মধ্যযুগৰ অসম

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

মধ্যযুগৰ অসম

Chapter – 10

PART – II: HISTORY

MCQ

১। আহোম সকল কেতিয়া অসমলৈ আহিছিল?

(ক) ১২২৮ খ্ৰীষ্টাব্দত।

(খ) ১৯৮৬ খ্ৰীষ্টাব্দত।

(গ) ১৮৩৫ খ্ৰীষ্টাব্দত।

(ঘ) ১২৩৯ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১২২৮ খ্ৰীষ্টাব্দত।

২। অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল?

(ক) ৭০০ বছৰ।

(খ) ৪০০ বছৰ।

(গ) ৬০০ বছৰ।

(ঘ) ৯০০ বছৰ।

উত্তৰঃ (গ) ৬০০ বছৰ।

৩। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

(ক) স্বৰ্গদেউ চুকাফা।

(খ) স্বৰ্গদেউ ৰুদ্ৰসিংহ।

(গ) বৰগোঁহাই।

(ঘ) বুঢ়াগোহাঁই।

উত্তৰঃ (ক) স্বৰ্গদেউ চুকাফা।

৪। চুকাফাৰ পাছত আহোম ৰাজবংশৰ কিমান জন ৰজাই ৰাজত্ব কৰিছিল?

(ক) ৫৩ জন।

(খ) ৩০ জন।

(গ) ৩৯ জন।

(ঘ) ৯০ জন।

উত্তৰঃ (গ) ৩৯ জন।

৫। বৰ্তমানৰ শিৱসাগৰ নগৰৰপৰা প্ৰায় কিমান কিল’মিটাৰ আঁতৰৰ “চৰশুৱা” নামৰ ঠাইত ৰাজধানী স্থানান্তৰ কৰিছিল?

(ক) ২৯ কিল’মিটাৰ।

(খ) ১৭ কিল’মিটাৰ।

(গ) ১৯ কিল’মিটাৰ।

(ঘ) ২০ কিল’মিটাৰ।

উত্তৰঃ (গ) ১৯ কিল’মিটাৰ।

৬। হিন্দু নাম কোনে গ্ৰহণ কৰিছিল?

(ক) স্বৰ্গদেউ চুকাফা।

(খ) স্বৰ্গ নাৰায়ণ।

(গ) বুঢ়াগোহাঁই।

(ঘ) স্বৰ্গদেউ ৰুদ্ৰসিংহ।

উত্তৰঃ (খ) স্বৰ্গ নাৰায়ণ।

৭। স্বৰ্গদেউ চুকাফা কেতিয়া স্বৰ্গীয় হয়?

(ক) ১২৬৮ খ্ৰীষ্টাব্দত।

(খ) ১২৩৯ খ্ৰীষ্টাব্দত।

(গ) ১৮৩৯ খ্ৰীষ্টাব্দত।

(ঘ) ১৭২৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ক) ১২৬৮ খ্ৰীষ্টাব্দত।

৮। আহোম শাসনৰ সংকটকাল কেতিয়া আছিল?

(ক) ১৬০৩ খ্ৰীষ্টাব্দৰপৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ।

(খ) ১২০৮ খ্ৰীষ্টাব্দৰপৰা ১৯৭০ খ্ৰীষ্টাব্দলৈ।

(গ) ১৮০৫ খ্ৰীষ্টাব্দৰপৰা ১২০৭ খ্ৰীষ্টাব্দলৈ।

(ঘ) ১৬০৯ খ্ৰীষ্টাব্দৰপৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ।

উত্তৰঃ (ক) ১৬০৩ খ্ৰীষ্টাব্দৰপৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ।

৯। বংগৰ নবাব মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল?

(ক) ১৯৭৫ খ্ৰীষ্টাব্দত।

(খ) ১৬৬২ খ্ৰীষ্টাব্দত।

(গ) ১২৩৫ খ্ৰীষ্টাব্দত।

(ঘ) ১৯৫৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬৬২ খ্ৰীষ্টাব্দত।

১০। কিমান খ্ৰীষ্টাব্দত মিৰ্জুমলাৰ লগত আহোমৰ সন্ধি হয়?

(ক) ১৬৬৯ খ্ৰীষ্টাব্দত।

(খ) ১৯৩৬ খ্ৰীষ্টাব্দত।

(গ) ১২২৮ খ্ৰীষ্টাব্দত।

(ঘ) ১৬৬৩ খ্ৰীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৬৬৩ খ্ৰীষ্টাব্দত।

১১। শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল?

(ক) ১২২৬ খ্ৰীষ্টাব্দত।

(খ) ১৬৬১ খ্ৰীষ্টাব্দত।

(গ) ১৯৯০ খ্ৰীষ্টাব্দত।

(ঘ) ১২২৮ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬৬১ খ্ৰীষ্টাব্দত।

১২। অসমৰ ইতিহাসৰ বিপ্লৱ যুগ বুলি কোনটো যুগক বুজোঁৱা হয়?

(ক) ১৬৭৩ খ্ৰীষ্টাব্দৰপৰা ১৬৮১ খ্ৰীষ্টাব্দলৈ।

(খ) ১২০৫ খ্ৰীষ্টাব্দৰপৰা ১৮৯৫ খ্ৰীষ্টাব্দলৈ।

(গ) ১৯৮৩ খ্ৰীষ্টাব্দৰপৰা ১২০৭ খ্ৰীষ্টাব্দলৈ।

(ঘ) ১২২৮ খ্ৰীষ্টাব্দৰপৰা ১৪৩২ খ্ৰীষ্টাব্দলৈ।

উত্তৰঃ (ক) ১৬৭৩ খ্ৰীষ্টাব্দৰপৰা ১৬৮১ খ্ৰীষ্টাব্দলৈ।

১৩। গদাধৰ সিংহই আহোম ৰাজ্য শান্তি কেতিয়া প্ৰতিষ্ঠা কৰে?

(ক) ১২২৯ খ্ৰীষ্টাব্দত।

(খ) ১৬৮২ খ্ৰীষ্টাব্দত।

(গ) ১৮৮২ খ্ৰীষ্টাব্দত।

(ঘ) ১৬৭৩ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬৮২ খ্ৰীষ্টাব্দত।

১৪। স্বৰ্গদেউ চুকাফাই ক’ত ৰাজধানী পাতিছিল?

(ক) যোৰহাট।

(খ) ৰংপুৰ।

(গ) চৰাইদেউ।

(ঘ) বকতা।

উত্তৰঃ (গ) চৰাইদেউ।

১৫। স্বৰ্গদেউ ৰুদ্ৰসিংহই ক’ত ৰাজধানী পাতিছিল?

(ক) চৰাইদেউ।

(খ) বকতা।

(গ) ৰংপুৰ।

(ঘ) যোৰহাট।

উত্তৰঃ (ঘ) যোৰহাট।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top