Class 12 History Important Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ

Class 12 History Important Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 6 পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ম শতিকাৰ পৰা ১৭শ শতিকালৈ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

খ অংশ: মধ্য যুগৰ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১।  কিমান খ্ৰীষ্টাব্দত আলবেৰুণীৰ জন্ম হৈছিল?

উত্তৰঃ ৯৭৩ খ্ৰীষ্টাব্দত আলবেৰুণীৰ জন্ম হৈছিল।

২। আলবেৰুণীক কোনে বন্দী কৰি গজনীলৈ লৈ গৈছিল?

উত্তৰঃ আলবেৰুণীক চুলতান মামুদে বন্দী কৰি গজনীলৈ লৈ গৈছিল।

৩। কোনে খিবা ৰাজ্য আক্রমণ কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ চুলতান মামুদে খিবা ৰাজ্য আক্রমণ কৰিছিল।

৪। ইবনবটুতাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ইবনবটুতাৰ জন্ম তাঞ্জিয়াত (মৰক্কো) হৈছিল।

৫। ইবনবটুতাই কোন ভাষাত তেওঁৰ ভ্ৰমণ কাহিনী লিখিছিল?

উত্তৰঃ ইবনবটুতাই আৰবী ভাষাত তেওঁৰ ভ্ৰমণ কাহিনী লিখিছিল।

৬। দিল্লীৰ চুলতান মহম্মদ বিন টোগলকে ইবন বটুতাক কোন পদত নিযুক্তি কৰিছিল?

উত্তৰঃ দিল্লীৰ চুলতান মহম্মদ বিন টোগলকে ইবন বটুতাক কাজী পদত নিযুক্তি কৰিছিল

৭। কিমান খ্ৰীষ্টাব্দত ইবনবটুতা ঘৰলৈ কেতিয়া উভতি আহিছিল?

উত্তৰঃ ১৩৪৭ খ্ৰীষ্টাব্দত ইবনবটুতা ঘৰলৈ কেতিয়া উভতি আহিছিল।

৮। সিন্ধুৰ পৰা দিল্লীলৈ যাত্ৰাৰ সময় কিমান আছিল?

উত্তৰঃ সিন্ধুৰ পৰা দিল্লীলৈ যাত্ৰাৰ ৩০ দিন আছিল।

৯। ভ্ৰমণকাৰীজন কোন ঠাইৰ ঘটনাৰ লগত ভাৰতৰ ঘটনা তুলনা কৰিছিল?

উত্তৰঃ ভ্ৰমণকাৰীজন ইউৰোপৰ ঠাইৰ ঘটনাৰ লগত ভাৰতৰ ঘটনা তুলনা কৰিছিল

১০। ১৬শ শতিকাৰ পাছত কোন কোন দেশৰ পৰ্যটকে ভাৰতলৈ আহিছিল?

উত্তৰঃ ১৬শ শতিকাৰ পাছত ডাচ, ফৰাচী আৰু ইংৰাজ পৰ্যটকে ভাৰতলৈ আহিছিল।

১১। জন ব্যপ্তিষ্ট টের্ভানিয়াৰ কেইবাৰ ভাৰত ভ্ৰমণ কৰিছিল?

উত্তৰঃ জন ব্যপ্তিষ্ট টের্ভানিয়াৰ ৬ বাৰ ভাৰত ভ্ৰমণ কৰিছিল।

১২। জন ব্যপ্তিষ্ট টের্ভানিয়াৰ কোন ব্যৱসায়ৰ লগত জড়িত আছিল?

উত্তৰঃ জন ব্যপ্তিষ্ট টের্ভানিয়াৰ ৰত্ন ব্যৱসায় ব্যৱসায়ৰ লগত জড়িত আছিল।

১৩। টের্ভানিয়াৰ কিহত বেছি আগ্ৰহী আছিল?

উত্তৰঃ টের্ভানিয়াৰ ব্যৱসায় বাণিজ্যত বেছি আগ্ৰহী আছিল।

১৪। বার্ণিয়াৰৰ মতে ভাৰতীয়সকলৰ কি নাছিল?

উত্তৰঃ বার্ণিয়াৰৰ মতে ভাৰতীয়সকলৰ ব্যক্তিগত ভূমিস্বত্বৰ অধিকাৰ নাছিল।

১৫। কোনজন ইউৰোপীয় ভ্ৰমণকাৰীয়ে ভাৰতৰ ভূমিস্বত্ব বিৱৰণ দিছিল?

উত্তৰঃ বার্ণিয়াৰ ইউৰোপীয় ভ্ৰমণকাৰীয়ে ভাৰতৰ ভূমিস্বত্ব বিৱৰণ দিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top