Class 12 History Important Chapter 15 ভাৰত বিভাজন: মৌখিক সমল

Class 12 History Important Chapter 15 ভাৰত বিভাজন: মৌখিক সমল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective History Important Solutions and select need one. Class 12 History Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective History.

Class 12 History Important Chapter 15 ভাৰত বিভাজন: মৌখিক সমল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective History Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective History Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 15

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। কিমান চনত ভাৰত বিভাজন সংঘটিত হৈছিল?

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন সংঘটিত হৈছিল।

২। পাকিস্তান শব্দখন প্ৰথম কোনে প্ৰস্তাৱ কৰিছিল?

উত্তৰঃ পাকিস্তান শব্দখন প্ৰথম ৰহমৎ আলিয়ে প্ৰস্তাৱ কৰিছিল।

৩। কিমান চনত হিন্দু মহাসভা গঠিত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৯১৫ চনত হিন্দু মহাসভা গঠিত হৈছিল।

৪। ১৬ আগষ্ট, ১৯৪৬-ৰ দিনটোত মুছলীম লীগে কি পালন কৰিছিল?

উত্তৰঃ ১৬ আগষ্ট, ১৯৪৬-ৰ দিনটোত মুছলীম লীগে ‘Direct Action Day’ পালন কৰিছিল।

৫। ‘Train to Pakistan’ উপন্যাসখন কোনে লিখিছিল?

উত্তৰঃ ‘Train to Pakistan’ উপন্যাসখন খুচৱন্ত সিঙে লিখিছিল

৬। মুছলীম লীগ ১৯৩৭ চনৰ নিৰ্বাচনত কিয় শক্তি লাভ কৰিব নোৱাৰিলে?

উত্তৰঃ মুছলীম লীগ ১৯৩৭ চনৰ নিৰ্বাচনত শক্তি লাভ কৰিব নোৱাৰিলে কাৰণ তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক ভিত্তি তেতিয়াও দুর্বল আছিল আৰু ভোটাধিকাৰ সীমিত আছিল।

৭। হিন্দু মহাসভাৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ হিন্দু মহাসভাৰ প্ৰধান উদ্দেশ্য হ’ল হিন্দু সমাজক জাত-পাতৰ ওপৰত গৈ একত্ৰিত কৰি হিন্দু পৰিচয়ক শক্তিশালী কৰা।

৮। গান্ধীজীয়ে শান্তি প্ৰতিষ্ঠাৰ বাবে কি পদক্ষেপ লৈছিল?

উত্তৰঃ সন্ত্রাস জৰ্জৰিত অঞ্চলত পদব্রজে যাত্ৰা কৰি, অনশনত বহি, ধৰ্মীয় সম্প্রীতি আৰু সংখ্যালঘু সুৰক্ষাৰ আহ্বান জনাই সংঘর্ষ কমাবলৈ চেষ্টা কৰিছিল।

৯। ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ ওপৰত হোৱা নৃশংসতাৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ ওপৰত হোৱা নৃশংসতাৰ দুটা উদাহৰণ হ’ল –

(i) প্ৰায় ২২,০০০ মুছলিম মহিলা ভাৰতত আৰু ৮,০০০ হিন্দু মহিলা পাকিস্তানত জোৰেৰে পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰা হৈছিল।

(ii) ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ ৯০ গৰাকী মহিলা আত্মসম্মান বচাবৰ বাবে আত্মহত্যা কৰিছিল।

১০। গান্ধীজীয়ে কিমান তাৰিখে আৰু কিমান চনত দিল্লীৰ চান্দনী চ’কত শিখ সভাত অংশগ্ৰহণ কৰিছিল?

উত্তৰঃ গান্ধীজীয়ে ২৮ নবেম্বৰত আৰু ১৯৪৭ চনত দিল্লীৰ চান্দনী চ’কত শিখ সভাত অংশগ্ৰহণ কৰিছিল।

১১। গান্ধীজীয়ে কোনখন উৎসৱৰ সময়ত শিখ সভাত গৈছিল?

উত্তৰঃ গান্ধীজীয়ে গুৰুনানক জয়ন্তী উৎসৱৰ সময়ত শিখ সভাত গৈছিল।

১২। গান্ধীজীৰ অনশনৰ প্ৰভাৱক মৌলানা আজাদে কি বুলি আখ্যা দিছিল?

উত্তৰঃ গান্ধীজীৰ অনশনৰ প্ৰভাৱক মৌলানা আজাদে অতি চমৎকাৰ বুলি আখ্যা দিছিল।

১৩। সন্ত্রাস জৰ্জৰিত অঞ্চলত ৰাইজে কাক বাট চাই থাকিছিল?

উত্তৰঃ সন্ত্রাস জৰ্জৰিত অঞ্চলত ৰাইজে গান্ধীজীক বাট চাই থাকিছিল।

১৪। খুচৱন্ত সিঙৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ খুচৱন্ত সিঙৰ জন্ম লাহোৰত হৈছিল।

১৫। কিমান চনত খুচৱন্ত সিঙৰ জন্ম হৈছিল?

উত্তৰঃ ১৯১৫ চনত খুচৱন্ত সিঙৰ জন্ম হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top