Class 11 Environmental Studies Important Chapter 8 পথ সুৰক্ষা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 8 পথ সুৰক্ষা Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.
Class 11 Environmental Studies Important Chapter 8 পথ সুৰক্ষা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.
পথ সুৰক্ষা
Chapter: 8
| গোট – ৩ |
| IMPORTANT QUESTION AND ANSWER |
১। পথ সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ১১ জানুৱাৰীত পথ সুৰক্ষা দিৱস পালন কৰা হয়।
২। পথ পাৰ হোৱাৰ সুৰক্ষিত স্থানটো কি?
উত্তৰঃ পথ পাৰ হোৱাৰ সুৰক্ষিত স্থানটো হ’ল জেব্ৰা ক্ৰছিং।
৩। দুৰ্ঘটনাৰ পিছত প্ৰথমে কাক জনাব লাগে?
উত্তৰঃ দুৰ্ঘটনাৰ পিছত প্ৰথমে আৰক্ষীক জনাব লাগে।
৪। গাড়ীত উঠি কি পিন্ধাটো বাধ্যতামূলক?
উত্তৰঃ গাড়ীত উঠি ছীট্ বেল্ট পিন্ধাটো বাধ্যতামূলক।
৫। গাড়ী চলাই থকা সময়ত মোবাইলত কথা পাতিলে কি হ’ব পাৰে?
উত্তৰঃ গাড়ী চলাই থকা সময়ত মোবাইলত কথা পাতি দুৰ্ঘটনা হ’ব পাৰে।
৬। UNECE-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ UNECE-ৰ সম্পূৰ্ণ ৰূপটো হ’ল- United Nations Economic Commssion of Europe.
৭। কিমান চনত সুন্দৰ কমিটি গঠন হৈছিল?
উত্তৰঃ ২০০৫ চনত সুন্দৰ কমিটি গঠন হৈছিল।
৮। ভাৰতৰ গ্ৰামাঞ্চলত কিমান শতাংশ পথ দুর্ঘটনা ঘটে?
উত্তৰঃ ভাৰতৰ গ্ৰামাঞ্চলত ৫৪.৭ শতাংশ পথ দুর্ঘটনা ঘটে।
৯। গাড়ীৰ ধোঁৱাই কি সৃষ্টি কৰে?
উত্তৰঃ গাড়ীৰ ধোঁৱাই বায়ু প্ৰদূষণ সৃষ্টি কৰে।
১০। সমীক্ষা মতে ছীট্ বেল্ট ব্যৱহাৰ নকৰাৰ বাবে দুর্ঘটনাসমূহত কিমান শতাংশ ব্যক্তিৰ মৃত্যু হয়?
উত্তৰঃ সমীক্ষা মতে ছীট্ বেল্ট ব্যৱহাৰ নকৰাৰ বাবে দুর্ঘটনাসমূহত ৭০ শতাংশ ব্যক্তিৰ মৃত্যু হয়।
১১। ট্রেফিক পইণ্টবোৰত কেই ধৰণৰ লাইট দেখা যায়।
উত্তৰঃ ট্রেফিক পইণ্টবোৰত তিনি ধৰণৰ লাইট দেখা যায়।
১২। ৰঙা লাইটে কি সংকেত দিয়ে?
উত্তৰঃ ৰঙা লাইটে ৰখিবৰ বাবে সংকেত দিয়ে।
১৩। বাইক চলোৱা সময়ত কি পিন্ধিব লাগে?
উত্তৰঃ বাইক চলোৱা সময়ত হেলমেট পিন্ধিব লাগে।
১৪। প্রতি ঘণ্টাত কিমান কি. মি. বেগত চলাৰ বাবে ‘গতি নিয়ন্ত্রক যন্ত্র’ বাছত থাকিব লাগে?
উত্তৰঃ প্রতি ঘণ্টাত ৪০ কি. মি. বেগত চলাৰ বাবে ‘গতি নিয়ন্ত্রক যন্ত্র’ বাছত থাকিব লাগে।
১৫। সঠিক ছীট্ বেল্ট ব্যৱহাৰ কৰোঁতে কি হয়?
উত্তৰঃ সঠিক ছীট্ বেল্ট ব্যৱহাৰ কৰোঁতে সুৰক্ষা বৃদ্ধি হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



