Class 11 Education MCQ Chapter 4 (ক) মনোবিজ্ঞান আৰু শিক্ষা 

Class 11 Education MCQ Chapter 4 (ক) মনোবিজ্ঞান আৰু শিক্ষা Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 4 Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 4 (ক) মনোবিজ্ঞান আৰু শিক্ষা 

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

(ক) মনোবিজ্ঞান আৰু শিক্ষা 

Chapter – 4

MULTIPLE CHOICE QUESTION ANSWER

১। ১৫৯০ খৃষ্টাব্দত কোন লেখকে মনোবিজ্ঞানৰ ওপৰত প্রথমখন কিতাপ প্রণয়ন কৰিছিল?

(ক) ৰুডলফ্ গোকেল।

(খ) চিগ্‌মণ্ড ফ্ৰয়েড।

(গ) উইলহেল্ম ৱুণ্ট।

(ঘ) ইমানুয়েল কণ্ট।

উত্তৰঃ (ক) ৰুডলফ্ গোকেল।

২। ১৫৯০ খৃষ্টাব্দত ৰুডলফ্ গোকেল নামৰ লেখকে লিখা কিতাপখনৰ নাম কি আছিল?

(ক) চাইকলজীয়ী।

(খ) দৰ্শন।

(গ) শিক্ষা।

(ঘ) ৰাজনৈতিক।

উত্তৰঃ (ক) চাইকলজীয়ী।

৩। ইংৰাজী চাইকলজীয়ী শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) লেটিন।

(খ) গ্ৰীক।

(গ) ফ্ৰেঞ্চ।

(ঘ) আৰবী।

উত্তৰঃ (খ) গ্ৰীক।

৪। ‘psych’ৰ অর্থ কি?

(ক) মন।

(খ) আত্মা।

(গ) অনুভূতি।

(ঘ) মস্তিষ্ক।

উত্তৰঃ (খ) আত্মা।

৫। ‘logos’ ৰ অৰ্থ কি?

(ক) সাৰ।

(খ) বক্তব্য।

(গ) আলোচনা কৰা।

(ঘ) কাৰ্য।

উত্তৰঃ (গ) আলোচনা কৰা।

৬। কিমান শ শতিকাত এচাম মনোবিদে মনোবিজ্ঞানৰ আন এটি ধাৰণা দাঙি ধৰিছিল?

(ক) ১৮ শ শতিকাত।

(খ) ১৯ শ শতিকাত।

(গ) ২১ শ শতিকাত।

(ঘ) ৪৫ শ শতিকাত।

উত্তৰঃ (ক) ১৮ শ শতিকাত।

৭। কোনে কৈছিল A Child is a child before he is a man’ শিশুসকল প্রপ্তবয়স্কসকলতকৈ সম্পূর্ণ পৃথক?

(ক) এৰিষ্ট’টল।

(খ) প্লেটো।

(গ) জন লক।

(ঘ) ৰুচো।

উত্তৰঃ ৰুচো।

৮। ব্যৱহাৰিক মনোবিজ্ঞানৰ সবাতোকৈ উল্লেখযোগ্য আৰু শিক্ষাক্ষেত্ৰত প্রয়োজনীয় শাখাটোক কি বুলি কোৱা হয়?

(ক) পৰীক্ষামূলক মনোবিজ্ঞান।

(খ) শিক্ষা মনোবিজ্ঞান।

(গ) সমাজ মনোবিজ্ঞান।

(ঘ) চিকিৎসা মনোবিজ্ঞান।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান।

৯। শিক্ষাব্যৱস্থাৰ এটি ঘাই উপাদান কি?

(ক) পৰীক্ষা।

(খ) পাঠ্যক্ৰম।

(গ) শ্ৰেণীকোঠাৰ শিক্ষণ।

(ঘ) পৰ্যালোচনা।

উত্তৰঃ (গ) শ্ৰেণীকোঠাৰ শিক্ষণ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top