Class 11 Education MCQ Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Class 11 Education MCQ Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

বিদ্যালয় আৰু ইয়াৰ সংগঠন

Chapter – 3

MULTIPLE CHOICE QUESTION ANSWER

১। আধুনিক শিক্ষাৰ প্রধান উপাদান কি?

(ক) স্কুল।

(খ) ঘৰ।

(গ) দোকান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) স্কুল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। স্কুলীয়া শিক্ষাক প্ৰধানকৈ কেইটা স্তৰত বিভক্ত কৰা হয়?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) চাৰিটা।

৩। উচ্চ-মাধ্যমিক শিক্ষাৰ বয়স সীমা কিমান?

(ক) ১৫-১৮ লৈকে।

(খ) ১৬-১৯ লৈকে।

(গ) ১৭-১৯ লৈকে।

(ঘ) ১০-১৬ লৈকে।

উত্তৰঃ (ঘ) ১০-১৬ লৈকে।

৪। কাৰ মতে আদর্শ স্কুল ঘৰ হৈছে “Ideally a School building should be planned spaciously, functionally with pleasing architecture features?

(ক) জন ডিউই।

(খ) কে. জি. ছাইয়াদিন।

(গ) মেক্স ৱেবাৰ।

(ঘ) কাৰ্ল মাৰ্ক্স।

উত্তৰঃ (খ) কে. জি. ছাইয়াদিন।

৫। বিদ্যালয় প্রতিষ্ঠানৰ কাৰকসমূহ কেইটা ভাগত অন্তর্ভুক্ত কৰা হৈছে?

(ক) চাৰিটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) তিনিটা।

৬। তলৰ কোনটো শিক্ষানুষ্ঠানৰ বৈষয়িক সম্পদ?

(ক) মাটি, বিদ্যালয় ঘৰ, শ্রেণীকক্ষ।

(খ) ঘৰ-দুৱাৰ।

(গ) পাঠ্যক্ৰম, পৰীক্ষা।

(ঘ) পৰীক্ষাৰ ফলাফল।

উত্তৰঃ (ক) মাটি, বিদ্যালয় ঘৰ, শ্রেণীকক্ষ।

৭। স্কুল সংগঠনৰ প্রধান বৈষয়িক সম্পদসমূহক কেইটা ভাগত ভাগ কৰা হৈছিল? 

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) পাঁচটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

৮। তলৰ কোনটো স্কুল সংগঠনৰ প্রধান বৈষয়িক সম্পদ?

(ক) পুথিভঁড়াল।

(খ) ঘৰ-দুৱাৰ।

(গ) শিক্ষাৰ্থী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পুথিভঁড়াল।

৯। তলৰ কোনটো আখৰৰ আকৃতিৰ বিদ্যালয় ঘৰসমূহ হ’ব লাগে?

(ক) I, L, T, U, E বা H.

(খ) X, Y, Z, O, P.

(গ) M, N, Q, R, S.

(ঘ) A, B, C, D.

উত্তৰঃ (ক) I, L, T, U, E বা H.

১০। তলৰ কোনটো আখৰৰ আকৃতিৰ বিদ্যালয়ঘৰ নিৰ্মাণ কৰাটো বেছি প্রয়োজনীয় বুলি ধৰা হয়?

(ক) E.

(খ) L.

(গ) T.

(ঘ) U.

উত্তৰঃ (ক) E.

১১। তলৰ কোনটো বিদ্যালয় প্রতিষ্ঠানৰ প্ৰয়োজনীয় মানৱ সম্পদ?

(ক) শিক্ষক আৰু কৰ্মচাৰী।

(খ) খেল সামগ্ৰী।

(গ) বিদ্যালয়ৰ মাটি আৰু ভবন।

(ঘ) পুথিভৰাল আৰু শিক্ষণ সঁজুলি।

উত্তৰঃ (ক) শিক্ষক আৰু কৰ্মচাৰী।

১২। তলৰ কোনটো বিদ্যালয়ৰ প্ৰয়োজনীয় সঁজুলি?

(ক) ব্লেক ব’র্ড, চক।

(খ) খেলুৱৈ।

(গ) বেট-বল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ব্লেক ব’র্ড, চক।

১৩। শিক্ষাত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰক কি বুলি কোৱা হয়?

(ক) শিক্ষক শিক্ষিকা প্ৰশিক্ষণ।

(খ) পৰীক্ষাৰ ফলাফল।

(গ) পাঠ্যক্ৰম উন্নয়ন।

(ঘ) শৈক্ষিক প্রযুক্তিবিদ্যা।

উত্তৰঃ (ঘ) শৈক্ষিক প্রযুক্তিবিদ্যা।

১৪। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

(ক) হার্বার্ট স্পেন্সাৰ।

(খ) মেক্স বেৱাৰ।

(গ) কাৰ্ল মাৰ্ক্স।

(ঘ) চাৰ্লছ বেবেজ।

উত্তৰঃ (ঘ) চাৰ্লছ বেবেজ।

১৫। কিমান চনৰ ভিতৰত চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল?

(ক) ১৮৭১-১৯২০ চনৰ ভিতৰত।

(খ) ১৭৭১-১৬৭৩ চনৰ ভিতৰত।

(গ) ১৬৫১-১৭৮১ চনৰ ভিতৰত।

(ঘ) ১৭৯১-১৮৭১ চনৰ ভিতৰত।

উত্তৰঃ (ঘ) ১৭৯১-১৮৭১ চনৰ ভিতৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top