🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Education MCQ Chapter 2 মানৱৰ বিকাশৰ স্তৰ

Class 11 Education MCQ Chapter 2 মানৱৰ বিকাশৰ স্তৰ Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 2 মানৱৰ বিকাশৰ স্তৰ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 2 মানৱৰ বিকাশৰ স্তৰ

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

মানৱৰ বিকাশৰ স্তৰ

Chapter – 2

MULTIPLE CHOICE QUESTION ANSWER

১। মানুহৰ জীৱনটোক কেইটা ভাগত বিভক্ত কৰা হৈছে?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) চাৰিটা।

২। দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ- কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাক কি বোলে?

(ক) বিকাশ।

(খ) পৰিৱেশ।

(গ) বৃদ্ধি।

(ঘ) পাৰদৰ্শিতা।

উত্তৰঃ (গ) বৃদ্ধি।

৩। তলৰ কোনটো বিষয়ক সাময়িক প্ৰক্ৰিয়া বুলি কোৱা হয়?

(ক) বিকাশ।

(খ) বৃদ্ধি।

(গ) পৰিৱেশ।

(ঘ) পাৰদৰ্শিতা।

উত্তৰঃ (খ) বৃদ্ধি।

৪। বিকাশৰ উপাদান কেইটা?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছটা।

উত্তৰঃ (খ) চাৰিটা।

৫। ‘এমিল’ নামৰ গ্ৰন্থখন কোন দাৰ্শনিকে লিখিছিল?

(ক) প্লেটো।

(খ) ৰুছো।

(গ) এৰিষ্টটল।

(ঘ) সক্ৰেটিছ।

উত্তৰঃ (খ) ৰুছো।

৬। ৰুছোৰ মতে শৈশৱকালৰ সময়-সীমা কিমান?

(ক) জন্মৰ পৰা ৩ বছৰলৈ।

(খ) ১২ বছৰৰ পৰা ১৫ বছৰলৈ।

(গ) ৫ বছৰৰ পৰা ১২ বছৰলৈ।

(ঘ) জন্মৰ পৰা ৫ বছৰলৈ।

উত্তৰঃ (ঘ) জন্মৰ পৰা ৫ বছৰলৈ।

৭। মানৱ জীৱনক কেইটা স্তৰত ভাগ কৰা হৈছে?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছটা।

উত্তৰঃ (খ) চাৰিটা।

৮। ডব্লিউ. এম. ৰাইবাৰ্ণে মানুহৰ বিকাশৰ প্ৰক্ৰিয়াক কেইটা শ্ৰেণীত ভাগ কৰিছে।

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) ছটা।

(ঘ) সাতটা।

উত্তৰঃ (গ) ছটা।

৯। বিকাশৰ স্তৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) চাৰিটা।

১০। জন্মৰ পৰা ৫ বছৰ বয়সৰ সময়ছোৱাক কি বুলি কোৱা হয়?

(ক) বাল্যকাল।

(খ) কৈশোৰকাল।

(গ) শৈশৱকাল।

(ঘ) প্রাপ্তবয়স্ককাল।

উত্তৰঃ (গ) শৈশৱকাল।

১১। মানৱ জীৱনৰ প্ৰথম স্তৰ কোনটো?

(ক) বাল্যকাল।

(খ) কৈশোৰকাল।

(গ) শৈশৱকাল।

(ঘ) প্রাপ্তবয়স্ককাল।

উত্তৰঃ (গ) শৈশৱকাল।

১২। যৌন পৰিতৃপ্তিৰ প্ৰক্ৰিয়াক কি বুলি কোৱা হয়?

(ক) আত্মকাম।

(খ) যৌন সঞ্চাৰ।

(গ) সান্নিধ্য।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আত্মকাম।

১৩। বাল্যকালৰ সময়ছোৱা কিমান বয়সৰ পৰা আৰম্ভ হয়?

(ক) ৫ বছৰ।

(খ) ৬ বছৰ।

(গ) ৭ বছৰ।

(ঘ) ৮ বছৰ।

উত্তৰঃ (খ) ৬ বছৰ।

১৪। বাল্যকালক কিমান ভাগত ভাগ কৰা হৈছে?

(ক) এটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

১৫। আগতীয়া বাল্যকালৰ বয়স কিমান?

(ক) ৫ বছৰৰ পৰা ৭ বছৰ বয়সলৈ।

(খ) ৬ বছৰৰ পৰা ৮ বছৰ বয়সলৈ।

(গ) ৭ বছৰৰ পৰা ৯ বছৰ বয়সলৈ।

(ঘ) ৮ বছৰৰ পৰা ১০ বছৰ বয়সলৈ।

উত্তৰঃ (খ) ৬ বছৰৰ পৰা ৮ বছৰ বয়সলৈ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top