Class 11 Education MCQ Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.
Class 11 Education MCQ Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter – 1
MULTIPLE CHOICE QUESTION ANSWER
১। শিক্ষাৰ তাৎপৰ্য্য কি?
(ক) অভিজ্ঞতা আহৰণ।
(খ) কেৱল প্ৰযুক্তি শিক্ষা।
(গ) জীৱনত সফল হোৱাৰ উপায়।
(ঘ) পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা।
উত্তৰঃ (ক) অভিজ্ঞতা আহৰণ।
২। শিক্ষাৰ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হৈছে?
(ক) গ্ৰীক।
(খ) লেটিন।
(গ) ফৰাচী।
(ঘ) ইংৰাজী।
উত্তৰঃ (খ) লেটিন।
৩। লেটিন শব্দ ‘E’ ৰ অৰ্থ কি?
(ক) আগত।
(খ) য’ৰ পৰা।
(গ) শিক্ষিত।
(ঘ) শিকোৱা।
উত্তৰঃ (খ) য’ৰ পৰা।
৪। লেটিন শব্দ ‘Duco’ ৰ অৰ্থ কি?
(ক) শিকোৱা।
(খ) মনোনয়ন।
(গ) মই আগবাঢ়ো।
(ঘ) অধ্যয়ন।
উত্তৰঃ (গ) মই আগবাঢ়ো।
৫। লেটিন শব্দ ‘Educere’ কি সূচায়?
(ক) বাহ্যিক প্ৰভাৱ।
(খ) অন্তর্নিহিত শক্তিৰ বিকাশ।
(গ) শিক্ষাৰ অন্ত।
(ঘ) আচৰণ।
উত্তৰঃ (খ) অন্তর্নিহিত শক্তিৰ বিকাশ।
৬।’Educare’ আৰু ‘Educatum’এ কি সূচায়?
(ক) শিক্ষাৰ অভাৱ।
(খ) অন্তর্নিহিত শক্তিৰ বিকাশ।
(গ) বহিঃশক্তিৰ প্ৰভাৱ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) বহিঃশক্তিৰ প্ৰভাৱ।
৭। লেটিন শব্দ ‘Educare’ ৰ অৰ্থ কি?
(ক) বৃদ্ধি কৰা।
(খ) শিক্ষাদান।
(গ) সংযোজন।
(ঘ) সংগ্ৰহ কৰা।
উত্তৰঃ (ক) বৃদ্ধি কৰা।
৮। ‘Educatum’ শব্দৰ অৰ্থ কি?
(ক) লালন-পালন কৰা।
(খ) শিক্ষাদান কার্য।
(গ) আত্মবিশ্বাস।
(ঘ) শাসন কৰা।
উত্তৰঃ (খ) শিক্ষাদান কার্য।
৯। শিক্ষাৰ সম্পূর্ণ প্ৰদানৰ প্রক্রিয়াটোক কি বুলি কোৱা হয়?
(ক) এক স্থিৰ প্ৰক্ৰিয়া।
(খ) এক গতিশীল প্রক্রিয়া।
(গ) এক এককালীন প্ৰক্ৰিয়া।
(ঘ) কেৱল পাঠ্যপুথিৰ শিক্ষা।
উত্তৰঃ (খ) এক গতিশীল প্রক্রিয়া।
১০। জন্মৰ পৰা জীৱনৰ অন্তিম মুহূর্তলৈ চলা এই প্রক্রিয়াক কি প্রক্রিয়া’ বুলি কোৱা হয়।
(ক) জীৱন ব্যাপি চলা প্ৰক্ৰিয়া।
(খ) মাত্ৰ বিদ্যালয়ৰ প্ৰক্ৰিয়া।
(গ) এককালীন শিক্ষা।
(ঘ) খেলাধূলাৰ প্ৰক্ৰিয়া।
উত্তৰঃ (ক) জীৱন ব্যাপি চলা প্ৰক্ৰিয়া।
১১। সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা প্রক্রিয়াক কি বোলে।
(ক) সমাজিক।
(খ) ব্যক্তিগত।
(গ) শিক্ষা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) শিক্ষা।
১২। ছাৰ জন আদামছে শিক্ষাক কি বুলি অভিহিত কৰিছে?
(ক) এক সামাজিক প্ৰক্ৰিয়া।
(খ) এক দ্বিপক্ষীয় প্ৰক্ৰিয়া।
(গ) এক পূৰ্ণাঙ্গ প্ৰক্ৰিয়া।
(ঘ) এক এককালীন প্ৰক্ৰিয়া।
উত্তৰঃ (খ) এক দ্বিপক্ষীয় প্ৰক্ৰিয়া।
১৩। Evolution of Educational Theory’ নামৰ পুথিখনৰ লেখক কোন?
(ক) ছাৰ জন আদাম।
(খ) জন ডিউই।
(গ) ফ্ৰেংক পাৰ্কাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ছাৰ জন আদাম।
১৪। শিক্ষাৰ দ্বাৰা মানুহৰ মনৰ পৰা কি গুচাব পাৰি?
(ক) জ্ঞান।
(খ) কুসংস্কাৰ।
(গ) অভিজ্ঞতা।
(ঘ) শৃঙ্খলা।
উত্তৰঃ (খ) কুসংস্কাৰ।
১৫। শিক্ষাৰ দ্বাৰা কি আশা কৰিব পাৰি?
(ক) জ্ঞানৰ অভাৱ।
(খ) মাত্ৰ আৰ্থিক লাভ।
(গ) ৰাজনৈতিক বিভেদ।
(ঘ) সামাজিক উন্নতি।
উত্তৰঃ (ঘ) সামাজিক উন্নতি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.