Class 11 Anthropology Additional Chapter 1 নৃতত্ত্ব পৰিচয়

Class 11 Anthropology Additional Chapter 1 নৃতত্ত্ব পৰিচয় Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 1 নৃতত্ত্ব পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 1 নৃতত্ত্ব পৰিচয় Notes and select needs one.

Class 11 Anthropology Additional Chapter 1 নৃতত্ত্ব পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

নৃতত্ত্ব পৰিচয়

Chapter – 1

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। নৃতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ ‘এনথ্ৰ’প’জী’ (Anthropology) কেইটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ দুটা।

২। ‘Origin of Species’ আৰু ‘Descent of Man’ গ্ৰন্থ কোনে প্ৰকাশ কৰিছিল?

উত্তৰঃ চাৰ্লচ ডাৰউইন।

৩। ‘Origin of Species’গ্ৰন্থ কেতিয়া প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৮৫৯ চনত ।

৪। ‘Descent of Man’ গ্ৰন্থ কিমান চনত প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৮৭১ চনত।

৫। বিখ্যাত বৃটিছ চিন্তাবিদ কোনে নৃতত্ত্বক ‘ডাৰউইনৰ সন্তান’আখ্যা দিছে?

উত্তৰঃ Rebert R. Marett.

৬। ‘নৃতত্ত্ব মানুহৰ সামগ্ৰিক অধ্যয়ন। ই একেধাৰে কলা আৰু বিজ্ঞান’ এই সংজ্ঞা কোনে আগবঢ়াইছিল?

উত্তৰঃ এ. এল. ক্ৰোবাৰ।

৭। ব্রকায়ে আগবঢ়োৱা সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ ‘নৃতত্ত্ব মানুহৰ সামগ্ৰীক অধ্যয়ন আৰু প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক বিজ্ঞান’, বুলি অভিহিত কৰিছিল।

৮। কোনে ১৯৩১ চনত হোৱা বিহাৰৰ ওৰাওঁ জনজাতিৰ বিক্ষোভ নিৰ্মূল কৰিবৰ বাবে নৃতত্ত্বিক নিয়োগ কৰিছিল?

উত্তৰঃ শৰৎ চন্দ্ৰ ৰয়ক নিয়োগ কৰিছিল।

৯। কিমান চনত উত্তৰ আমেৰিকাৰ ৰেড্ ইণ্ডিয়ানসকলৰ উচ্ছেদৰ ফলত হোৱা সমস্যা সমাধানত নৃতত্ত্বিকসকলে বিশেষ ভূমিকা পালন কৰিছিল।

উত্তৰঃ ১৯৩৩ চনত।

১০। কিমান চনতে আমেৰিকাত সৈনিক নিযুক্তিৰ ক্ষেত্ৰত চিকিৎসকৰ লগতে নৃতত্ত্ববিদকো নিয়োগ কৰা হৈছিল?

উত্তৰঃ ১৯১৭-১৮ চনতে।

১১। কোন চহৰত  জাবৰ নিষ্কাসনত সমস্যাৰ সৃষ্টি কৰিছিল?

উত্তৰঃ লণ্ডনত।

১২। প্ৰায়োগিক নৃত্তত্ব বুলিলে কি বুজা?

উত্তৰঃ নৃত্তত্বৰ জ্ঞান মানৱ সম্পদৰ উন্নতিৰ বাবে প্ৰয়োগ কৰাকে প্ৰায়োগিক নৃত্তত্ব বুলি কোৱা হয়।

১৩। চ’ল টেক্স নামৰ আমেৰিকাৰ নৃত্তত্ববিদ এজনে কি শব্দটো ব্যৱহাৰ কৰে।

উত্তৰঃ ‘Action Anthropology’

১৪। দেহমাপতত্ত্ব মানে কি?

উত্তৰঃ দেহৰ বিভিন্ন অংগৰ জোখ-মাখ লোৱাকে দেহমাপতত্ত্ব বোলা হয়।

চমু উত্তৰ:

১৫। নৃতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ নৃতত্ত্বই সকলো সময় অৰ্থাৎ মানৱধৰ্মী প্ৰাণীৰ সৃষ্টিৰে পৰা  বৰ্তমানলৈ আৰু পৃথিৱীৰ সকলো স্থানতে বসবাস কৰা মানুহৰ বিশদ অধ্যয়নক সামৰি লয়। একে আষাৰতে ক’ব পাৰি ‘মানুহৰ সৃষ্টি, ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ লগতে বিভিন্নতাক সামৰি লোৱা অধ্যয়নে হৈছে নৃতত্ত্ব’।

১৬। নৃতত্ত্বক মূলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ নৃতত্ত্বক মূলতঃ চাৰিটা ভাগত কৰিব পাৰি আৰু ইয়াৰ ভাগ কেইটা হৈছে―

১। আবয়বিক নৃতত্ত্ব।

২। সাংস্কৃতিক নৃতত্ত্ব।

৩। প্ৰত্নতাত্ত্বিক নৃতত্ত্ব।

৪। ভাষাতত্ত্ব।

১৭। সাংস্কৃতিক নৃতত্ত্বৰ বিষয়বস্তুসমূহ কি কি?

উত্তৰঃ সাংস্কৃতিক নৃতত্ত্বৰ বিষয়বস্তুসমূহ হৈছে মানুহৰ সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, সামাজিক সংগঠন, ৰীতি-নীতি, ধর্ম বিশ্বাস ইত্যাদিৰ উৎপত্তি আৰু ক্ৰমবিৱৰ্তন।

১৮। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ বিশ্লেষণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত আৰু কাল নিৰ্ণয়ৰ প্ৰণালীবোৰ কি কি আছিল?

উত্তৰঃ উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ বিশ্লেষণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত আৰু কাল নিৰ্ণয়ৰ বহুতো প্ৰণালী যেনে― ভাৰ্ভ মাটি বিশ্লেষণ, ফ্লৰিণ বিশ্লেষণ,থাৰ্মলুমিনিচেন্স, তেজস্ক্ৰিয় এঙাৰ পদ্ধতি, শৈল-আস্তৰণ বিশ্লেষণ, কাৰ্বন-ডাই-চালফাইড ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top