Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ

Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Notes and select needs one.

Class 11 Anthropology Additional Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

জীৱজগতৰ শ্ৰেণীকৰণ

Chapter – 3

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। ছুইডিছ বিজ্ঞানী অগাস্তিন, পি দ্য কেনড’ল য়ে পোন প্ৰথমতে কোনটো  গ্ৰন্থ লিখিছিল?

উত্তৰঃ ‘Theories elementaire de la botanique’ নামৰ গ্ৰন্থ লিখিছিল।

২। ‘Theories elementaire de la botanique’ নামৰ গ্ৰন্থত কোনটো শব্দ ব্যৱহাৰ  কৰিছিল?

উত্তৰঃ টেক্স’ন’মি শব্দ ব্যৱহাৰ  কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ইংৰাজীত Taxonomy শব্দটো কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক শব্দৰ পৰা আহিছে।

৪। ‘Taxis’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বিন্যাস।

৫। ‘nomas’ শব্দৰ অৰ্থ কি?

উত্তৰঃ নিয়ম বা বিধি।

৬। কোনে প্ৰথমতে জীৱৰ দ্বীপদ নামকৰণ পদ্ধতি আগবঢ়াইছিল?

উত্তৰঃ কেৰোলাছ লিনিয়াছ।

৭। কোনে প্ৰতিটো জীৱৰ বৈজ্ঞানিক নাম প্ৰদান কৰিছিল?

উত্তৰঃ লিনিয়াছ।

৮। নৃতত্ত্বৰ এটা প্ৰধান ভাগ কি লিখা?

উত্তৰঃ আবয়ৱিক নৃতত্ত্ব বা জৈৱিক নৃতত্ত্ব।

৯। নৃতত্ত্বৰ দুটা প্ৰধান বিষয়বস্তু কি কি?

উত্তৰঃ (১) মানৱ বিৱৰ্তন আৰু (২) নৃ-বিভিন্নতা।

১০। কিমান চনত ‘চিষ্টেমা নেচাৰ’ নামৰ তেখেতৰ বিখ্যাত গ্ৰন্থ নামকৰণ কৰে?

উত্তৰঃ ১৭৩৫ চনত।

১১। বহুকোষী প্ৰাণীক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ ১। মেৰুদণ্ডী

২। অমেৰুদণ্ডী।

১২। মেৰুদণ্ডী কেইপ্ৰকাৰৰ?

উত্তৰঃ পাঁচ প্ৰকাৰৰ।

১৩। মেৰুদণ্ডী প্ৰকাৰ সমূহ কি কি?

উত্তৰঃ মাছ, চৰাই, সৰীসৃপ, উভচৰ আৰু স্তন্যপায়ী।

১৪। স্তন্যপায়ী প্ৰাণীয়ে হাওঁফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়। হয়/নহয়

উত্তৰঃ হয়।

১৫। ‘প্ৰছিমি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘প্ৰছিমি’ শব্দৰ অৰ্থ হৈছে প্ৰাক্-বান্দৰ অৰ্থাৎ বান্দৰৰ পূৰ্বাৱস্থা।

১৬। এনথ্ৰ’পয়ডিয়াৰ ভাগ কেইটা?

উত্তৰঃ দুটা ।

১৭। গুৱেৰেজাছ বান্দৰৰ বাসভূমি কত?

উত্তৰঃ আফ্ৰিকাৰ বিষুবীয় অঞ্চল।

১৮। হাইল’বেটিডি মানে কি?

উত্তৰঃ গিবন।

১৯। চিম্পাঞ্জী আৰু গৰিলাৰ বাসিন্দা কত?

উত্তৰঃ আফ্ৰিকা মহাদেশ।

২০। গিবন আৰু ওৰাংওটানৰ বাস ভূমি কত?

উত্তৰঃ এছিয়া।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top