Class 11 Anthropology Additional Chapter 6 সংস্কৃতিক নৃতত্ত্ব

Class 11 Anthropology Additional Chapter 6 সংস্কৃতিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Important Notes, Class 11 Anthropology Additional Chapter 6 সংস্কৃতিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Additional Chapter 6 সংস্কৃতিক নৃতত্ত্ব Notes and select needs one.

Class 11 Anthropology Additional Chapter 6 সংস্কৃতিক নৃতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Important Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Additional Solutions for All Subject, You can practice these here.

সংস্কৃতিক নৃতত্ত্ব

Chapter – 6

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। সাংস্কৃতিক নৃতত্ত্ব কাক বোলে?

উত্তৰঃ যিটো শাখাই মানুহৰ সংস্কৃতিৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু বিশ্লেষণ কৰে তাকেই সাংস্কৃতিক নৃতত্ত্ব বুলি কোৱা হয়।

২। ‘সাংস্কৃতিক নৃতত্ত্ব’ ধাৰণাটো কোনটো দেশৰ অৱদান?

উত্তৰঃ ইউৰোপৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। সাংস্কৃতিক নৃতত্ত্ব ধাৰণাটো কোনটো দেশত অধিক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ আমেৰিকাত।

৪। সংস্কৃতি শব্দটো কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ সংস্কৃতৰ সংস্কাৰ শব্দৰ পৰা আহিছে।

৫। সংস্কৃতি মানে কি?

উত্তৰঃ মানুহৰ মৌখিক বা অমৌখিক সকলোধৰণৰ ব্যৱহাৰ আৰু ইয়াৰ বস্তুগত আৰু অস্তুগত  সৃষ্টিয়েই হৈছে সংস্কৃতি।

৬। সংস্কৃতিৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ ‘কালচাৰ’।

৭। ‘কালচাৰ’ শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছিল?

উত্তৰঃ ‘কালচাৰ’ শব্দটো মূল লেটিন শব্দ ‘কলৰে’ৰ পৰা উদ্ভৱ হৈছিল।

৮। মানুহ সামাজিক-সাংস্কৃতিক জীৱ। নহয়/হয়

উত্তৰঃ হয়।

৯। সংস্কৃতিৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ সংস্কৃতি গতিশীল।

১০। সংস্কৃতিৰ বিষয়ে কিমান চনত ১৭৫ টা সংজ্ঞা সৃষ্টি হৈছিল?

উত্তৰঃ ১৭৫ টা।

১১। কোনে  আগবঢ়োৱা সংজ্ঞই নৃতত্ত্বত সদায়েই বশিষ্ট স্থান পাই আহিছে?

উত্তৰঃ এডৱাৰ্ড বাৰনেট টাইলৰ।

১২। কোনটো চনত ‘প্ৰিমিটিভ কালচাৰ’ নামৰ কিতাপখনত সংস্কৃতিৰ সংজ্ঞাটো আগবঢ়ায়?

উত্তৰঃ ১৮৭১ চনত।

১৩। কোনে ‘প্ৰিমিটিভ কালচাৰ’ নামৰ কিতাপখনত সংস্কৃতিৰ সংজ্ঞাটো আগবঢ়ায়?

উত্তৰঃ এডৱাৰ্ড টাইলৰ।

১৪। এডৱাৰ্ড টাইলৰে সৰ্বপ্ৰথমে কিহৰ ভিত্তিত বিশ্লেষণ কৰি সংজ্ঞা আগবঢ়াইছিল?

উত্তৰঃ সংস্কৃতিক বৈজ্ঞানিক ভিত্তিত।

১৫। ‘সাংস্কৃতিক ঐতিহ্য’ কাক বোলে?

উত্তৰঃ এখন সমাজৰ যিবোৰ সাংস্কৃতিক উপাদান পৰম্পৰাগতভাৱে এটা পিৰিৰ পৰা আন এটা পিৰিয়ে পায় আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে তাক থৈ যায়, তাকে সাংস্কৃতিক ঐতিহ্য বুলিব পাৰি।

১৬। সাংস্কৃতিক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হৈছে।

১৭। সাংস্কৃতিক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ সাংস্কৃতিৰ ভাগ হল ― 

(১) বস্তুগত বা স্পৰ্শসম্ভৱ সংস্কৃতি। আৰু

(২) অবস্তুগত বা আকৃতিবিহীন।

১৮। বস্তুগত সংস্কৃতি কাক বোলে?

উত্তৰঃ সংস্কৃতিৰ যিবোৰ বস্তু আমাৰ চকুত দৃশ্যমান হয় আৰু আমি যাক স্পৰ্শ কৰিব পৰোঁ; তেনে সামগ্ৰীসমূহক বস্তুগত সংস্কৃতি বুলি কোৱা হয়।

১৯। অবস্তুগত সংস্কৃতি কাক কোৱা হয়?

উত্তৰঃ যিবোৰ বস্তু দৃশ্যমান নহয় বা প্রত্যক্ষ কৰিব নোৱাৰি আৰু চুই চাব নোৱাৰি, মাথো অনুভৱ কৰিব পাৰি তাকে অবস্তুগত সংস্কৃতি বুলি কোৱা হয়।

২০। বস্তুগত সংস্কৃতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ সাজ-পোছাক, খাদ্যবস্তু।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top