Bir Chilarai Divas | বীৰ চিলাৰায় দিৱস
আজি চিলাৰায় দিৱস (Bir Chilarai Divas)। এই বিশেষ দিনটোত, স্মৰণ কৰোঁ কোচ ৰাজ্যৰ সুদক্ষ সেনাপতি চিলাৰায়ক। চিলাৰায় বা বীৰ চিলাৰায়ৰ (১৫১০-১৫৭১) আচল নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ বিশ্বসিংহ আছিল ষোড়শ শতাব্দীৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা, মাতৃ […]