Silchar Town | শিলচৰ চহৰ
শিলচৰ (Silchar) ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ মুখ্য চহৰ আৰু দক্ষিণ অসমৰ এটা গুৰুত্বপূৰ্ণ বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ একাংশ আৰু মিজোৰামৰ বাবে এই চহৰে অৰ্থনৈতিক দিশত বিশেষ ভূমিকা পালন কৰে। ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীসকল আহি বসতি […]